Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,১২ মে’,২০২৪ :নামতিৰ  চাৰিআলি খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই ৫ বছৰ বয়সৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত।উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত গ’ল্ড মডেল, ২০১৬ চনত কিক বস্কিংত গ’ল্ড মডেল,২০১৭ চনতো গ’ল্ড মডেল লাভ কৰিবলৈ সক্ষম হৈছিল।ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা এথেনা চেতীয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে।

Read More

न्यूज़ हंट डेस्क -12 मई 2024 :आज श्री परशुराम सेवा समिति शिवसागर जिला (सर्व समाज) के सौजन्य से आयोजित श्री परशुराम जन्मोत्सव कार्यक्रम के द्वितीय चरण में  कई कार्यक्रम आयोजित किए गए। इस में पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन के प्रांतीय अध्यक्ष कैलाश जी काबरा एवं विशिष्ट समाज सेवी जुगल किशोर सिंघी भी शामिल हुए। समिति की ओर से इन का स्वागत किया गया। इनके अलावा भी कई गणमान्य लोग कार्यक्रम में उपस्थित हुए। कार्यक्रम में बिहू नृत्य एवं रंगारंग भजन संध्या भी आयोजित हुई। समिति के अध्यक्ष डां गिरीराज शर्मा ने सभी के प्रति धन्यवाद व्यक्त किया है

Read More

न्यूज़ हन्ट डेस्क -:8मई 2024:असम के नाजिरा में आज एम सी क्लब द्वारा महकमें से हज यात्रा को जाने वाले 15 हज यात्रियों का सार्वजनिक रूप से अभिनंदन किया गया, एवं उनकी हज यात्रा सुरक्षित रुप से पूरी हो सके इसके लिए दुआ की गई। बताते चलें कि सन् 1939 में एमसी क्लब का गठन किया गया था और तभी से क्लब द्वारा बहुत से सामाजिक सेवा के कार्य किये जाते रहे हैं। इनमें हर बार हज यात्रियों का अभिनंदन भी शामिल है।क्लब के अध्यक्ष जाकिरुल हुसैन की अगुवाई तथा अब्दुर रहमान के संचालन में हज यात्रियों को मुबारकबाद देते…

Read More

নিউজডেক্স,২মে,২০২৪ :  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নাজিৰাৰ কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক  সংবাদ গোষ্ঠী নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা, নাজিৰাৰ তৰফৰ পৰা ‌সম্বৰ্ধনা জনোৱা হয়। নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা নাজিৰাৰ তৰফৰ পৰা নিয়মীয়া বাৰ্তা কাকতৰ স্থানীয় সংবাদ দাতা নেকীবুদ্দিন আহমেদৰ বাসগৃহত এই উদ্দেশ্যৰে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সাংবাদিক নেকীবুদ্দিন আহমেদৰ পুত্ৰ ফাহিম ইৰফান আহমেদক জাঁজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক জীৱন কলিতাই ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কলমৰে সম্বৰ্ধনা জনায়।এই অনুষ্ঠানত নিউজ…

Read More

নিউজডেক্স,৩০এপ্ৰিল,২০২৪ : আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্য্যই তেওঁলোকৰ হতাশাক প্ৰমাণ কৰিছে  ৷ উল্লেখ্য যে অমিত শ্বাহৰ “ভুৱা ভিডিঅ'” শ্বেয়াৰ কৰাৰ অভিযোগত যোৱা সোমবাৰে গ্ৰেপ্তাৰ হৈছিল অসমৰ এগৰাকী কংগ্ৰেছ কৰ্মী।  গুৱাহাটী নিবাসী ৩১ বছৰীয়া ৰীতম সিং অসম কংগ্ৰেছৰ সৈতে জড়িত আৰু তেওঁ দলটোৰ ‘ৱাৰ ৰুমৰ সমন্বয়ক’ হিচাপে কাম কৰে। বিৰোধী দল, বিশেষকৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, “তেওঁলোকৰ (কংগ্ৰেছ) হতাশা ইমানেই পালেগৈ যে তেওঁলোকে মোৰ লগতে আন কেইবাজনো বিজেপি নেতাৰ ভুৱা ভিডিঅ’ বিয়পাইছে। …এই…

Read More

न्यूज़ हन्ट -डेस्क -25 अप्रैल 2024 ;प्रथम चरण के लोक सभा चुनाव में एक ही व्यक्ति द्वारा दो मतदान केंद्रों पर मतदान का आरोप !भारतीय निर्वाचन आयोग द्वारा जारी आचार संहिता के वाबजूद जोरहाट संसदीय सीट के लिए हुए चुनावों में एक अजीबोगरीब मामला सामने आया है। आरोपों के अनुसार शिवसागर  आमोला पट्टी के निवासी पुतु बरुआ द्वारा दो अलग-अलग मतदान केंद्रों – शिवसागर तथा नाजिरा में मतदान का आरोप है। आरोपों के अनुसार उक्त व्यक्ति ने दो अलग-अलग नामो के मतदाता पहचान पत्र का उपयोग करते हुए शिवसागर तथा नाजिरा में मतदान किया। आरोपों में अगर सच्चाई है तो सवाल…

Read More

নিউজডেক্স,২৫এপ্ৰিল,২০২৪ :ভাৰতৰ নিৰ্বাচনী আয়োগক প্ৰতাৰিত কৰি শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই ভিন্ন নামত দুখন ভোটাৰ কাৰ্ডৰ জৰিয়তে একেদিনাই দুঠাইত ভোটদানৰ অভিযোগ উত্থাপন কৰিছে নাজিৰা লেঙিবৰ নৃপেন শইকীয়া নামৰ এজন ব্যক্তিয়ে। যোৱা ১৯ এপ্ৰিল তাৰিখত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই দুবাৰকৈ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ  উণ্থাপন কৰি একেজন ব্যক্তিৰ শিৱসাগৰত পুতু বৰুৱা আৰু নাজিৰাত ইন্দ্ৰেশ্বৰ বৰুৱা নামসহ পৃথক পৃথক ভোটাৰ কাৰ্ড থকাৰ অভিযোগ উণ্থাপন কৰিছে নৃপেন শইকীয়াই৷  এজন ব্যক্তিৰ দুটাকৈ পৃথক পৃথক নামত কেনেকৈ ভোটাৰ কাৰ্ড পাবলৈ সক্ষম হ’ল  আৰু প্ৰচলিত আইন অৱমাননা কৰি তেওঁ  কেনেকৈ শিৱসাগৰ আৰু নাজিৰা এই দুয়োটা সমষ্টিতে একেদিনাই…

Read More

নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :  চাকমা আৰু হাজং জনগোষ্ঠীক কোনো কাৰণতেই অৰুণাচলত নাগৰিকত্ব দিয়া নহয় আৰু “কা  ” আইন প্ৰৱৰ্তন হলেও ইনাৰ লাইন পাৰ্মিট বৰ্তি থকাৰ বাবে এওঁলোকে অৰুণাচলত নাগৰিকত্ব নাপায় কিন্ত এই ৫/৬ লাখ চাকমা বা হাজং জনগোষ্ঠীৰ মানুহক অসমত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কিৰেণ ৰিজিজুৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনা কৰিছে বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰি চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে এক আছুতীয়া সাক্ষাৎকাৰত আমাক কয় যে এই কাৰ্য্যক ৰাজ্যৰ সকলো লোকেই বিৰোধিতা কৰিব লাগে৷এই লোকসকলক হয়তো কা আইনৰ জৰিয়তে অসমত সংস্থাপিত কৰিব পাৰে গতিকে এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি…

Read More

न्यूज़ हन्ट -डेस्क 23अप्रेल 2024 :आज चैत्र शुक्ल पुर्णिमा पर सिमलगुड़ी श्री अष्टभुजा दुर्गा मंदिर एवं  नाजिरा में हनुमान जन्मोत्सव कार्यक्रम आयोजित हुआ। हनुमान जी की पूजा अर्चना एवं रामायण पाठ के बाद निकली विशाल शोभायात्रा में बड़ी संख्या में लोग शामिल हुए।

Read More

নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :আজি নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে মঞ্চৰ দ্বাৰা আয়োজিত গল্প,কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে গীত পৰিবেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলা হয়৷ উল্লেখ্য যে নাজিৰাৰ প্ৰবীন শিক্ষাবিদ তথা সাংবাদিক বীৰেন শৰ্মাৰ নেতৃত্বত আৰু কিছুসংখ্যক বিদ্যান লোকৰ প্ৰচেষ্টাত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ চমুকৈ ত্ৰিমঞ্চৰ এই প্ৰতিষ্ঠা দিৱসত অৱসৰী উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ,অৱসৰী অধ্যাপক তথা প্ৰৱন্ধাকাৰ উমা কোঁৱৰ,নাজিৰা—শিমলুগুৰি উন্নয়ন পৰিষদৰ অধ্যক্ষ অজয়লাল বৰুৱাকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷

Read More