Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১এপ্ৰিল,২০২৪ : আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ-মিত্ৰযোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত আজি শিৱসাগৰৰ বিভিন্ন অঞ্চলত দেখা পোৱা গ’ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক। শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত ১৪খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰিৰ লগতে তেওঁৰ সৈতে ৰাইজৰ চেলফি তোলাৰ আগ্ৰহ দেখি আহ্লাদিত হোৱা বুলি কয় গৌৰৱ গগৈয়ে। “আজি মই চিলফি ডে উদযাপনৰ বাবে আপোনালোকৰ মাজলৈ আহিছো”— গৌৰৱ গগৈ : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কংগ্ৰেছ মিত্ৰযোটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে…
न्यूज़ हन्ट -डेस्क 31मार्च: आगामी लोकसभा चुनावों के ठीक पहले आज नाजिरा में क्षेत्रीय दल तथा राज्य सरकार की भागीदार असम गण परिषद ने नाजिरा विधानसभा क्षेत्र से संबंधित अपने दल की ओर से बूथ सम्मेलन आयोजित किया। लगभग तीन हजार पार्टी कार्यकर्ताओं ने इस में भाग लिया। नाजिरा स्थित एमसी क्लब में आयोजित कार्यक्रम में पार्टी के विधायक प्रदीप हजारिका तथा भवेन्द्र नाथ भराली,दल के उपाध्यक्ष तुलसी गोगोई,बोलू कुर्मी, सचिव नुरुल सुल्तान, शिवसागर जिला सचिव नित्या कलिता, चराईदेव जिला अध्यक्ष नारायण लाहन, पार्टी की महिला परिषद् की केंद्रीय समिति की सदस्य कुंज गोगोई,असम गण परिषद नाजिरा विधानसभा क्षेत्र के…
নিউজডেক্স, ৩১ মাৰ্চ ,২০২৪ : শাসনাধিষ্ঠিত বি জে পি মিত্ৰযোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ এক বুথ সন্মিলন নাজিৰাৰ এম চি ক্লাৱত আজি পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভৰালী,দলৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলো কুৰ্মী, সাধাৰণ সম্পাদক নুৰুল চুলতান,জিলা সম্পাদক নিত্যা কলিতা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন,মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা কুঞ্জ গগৈ,অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত,যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা,যুৱ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি পংকজ মহন্ত,মহিলা পৰিষদৰ নাজিৰাৰ সভাপতি অমিয়া গগৈকে ধৰি দলৰ বহু বিষয়ববীয়া…
আজি এদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী সন্মিলন অনুষ্ঠিত কৰা হৈছে
নিউজডেক্স,৩০ মাৰ্চ,২০২৪ : অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি হাঁহচৰা লাটুম গাঁৱত আহি উপস্থিত হৈছে লাটুম বৰুৱাৰ বংশধৰ সকল। দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হৈছে লাটুম বৰুৱাৰ বংশাৱলীৰ কাৰ্যক্ৰম। লাটুম গাঁৱৰ মধ্য স্থলত মূল মণ্ডপৰ লগতে ঐতিহাসিক কাঠবৰুৱা পুখুৰী পাৰত টাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলী অনুষ্ঠিত হৈছে।ধেমাজি,নামতি,মিছাজান,সাপেখাতী ইত্যাদি অঞ্চলত বাস কৰা লাটুম বৰুৱা বংশৰ সহস্ৰাধিক লোক আহি সমবেত হৈছে এই অনুষ্ঠানত।টাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্-খা-খুনসকলৰ মাজতেই অংকুৰিত হৈছিল লাটুমৰ তেজ।দেশ জাতিৰ দুৰ্দিনত টাই আহোমৰ বহু সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল।শৰাইঘাট যুদ্ধৰ পালি…
Shiva Gogoi Nazira, 25 March, 2024: Year-long celebrations of the birth centenary of Jnanpith Award-winning author Dr Birendra Kumar Bhattacharyya are under way in Sivasagar district, with various programmes being organised to make the student community aware of the life and achievements of the literary luminary. The organisers have already conducted a series of lectures on the celebrated author at various colleges of the district. A host of other programmes have been lined up to mark the birth centenary of Bhattacharyya, who was one of the doyens of modern Assamese literature. The Dr Birendra…
নিউজডেক্স,২৩ মাৰ্চ,২০২৪ : আজি দিনযোৰা কাৰ্যসূচীৰে নাজিৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ কৰ্মী সকলৰ সহযোগত নাজিৰাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰা পৰিলক্ষিত হয়৷। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত গৌৰৱ গগৈয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা দেখা যায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমলোচনা কৰি গৌৰৱ গগৈয়ে কয় যে ডাবল ইঞ্জিনৰ চৰকাৰখন মনোযোগ ব্যৱস্থাপনা আৰু ইভেণ্ট মেনেজমেণ্টতে ব্যস্ত। অসমৰ ৰাইজে জানিব বিচাৰে কেতিয়া জনতাই ভাল ৰাস্তা পাব? চাহ বাগিচাৰ শ্ৰমিকে কেতিয়া পাব উচিত মজুৰি? চৰকাৰী বিদ্যালয়ত গুণগত…
न्यूज़ हन्ट डेस्क -23मार्च :आगामी लोकसभा चुनावों में जोरहाट संसदीय सीट से कांग्रेस के घोषित उम्मीदवार गौरव गोगोई ने आज संसदीय सीट के अधीन नाजिर के की इलाकों में चुनावी प्रचार चलाया। इस दौरान उनके साथ नाजिरा के विधायक तथा नेता प्रतिपक्ष देवव्रत सैकिया भी थे । श्री गोगोई ने मेसागढ़ स्थित श्री माधव मंदिर में पूजा अर्चना के बाद अपनी चुनावी सभा मादुरी से शुरु की। उन्होंने केंद्र एवं राज्य में डबल इंजन की सरकार पर लोकतांत्रिक व्यवस्था का गला घोंटने का आरोप लगाते हुए राज्य में बेरोज़गारी, चाय श्रमिकों की मजूरी बढ़ाये जाने,भू कटाव जैसे मुद्दों पर भी…
“কা“ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ৩ সপ্তাহৰ ভিতৰত আবেদনৰ উত্তৰ দিবলৈ কয় :প্ৰদান নকৰিলে স্তগিতাদেশ: পৰৱৰ্তী শুনানী ৯ এপ্ৰিলত
নিউজডেক্স,১৯ মাৰ্চ,২০২৪ :আজি বিয়লি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন , বা “কা” ৰূপায়ণ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে যোৱা সপ্তাহত অধিসূচনা কৰা আইনখনক প্ৰত্যাহ্বান জনোৱা ২৩৭খন আবেদনৰ উত্তৰ দিবলৈ আদালতে কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ অৰ্থাৎ অহা ৮ এপ্ৰিলৰ সময় দিছে ৷ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই চৰকাৰৰ হৈ কৈছিল, “মই কোনো বক্তব্য দিয়া নাই”।প্ৰথমে মেহতাই আবেদনসমূহৰ উত্তৰ দিবলৈ চাৰি সপ্তাহৰ সময় বিচাৰিছিল।আদালতত তেওঁ কয়, “আমি ২৩৭খন আবেদনৰ বাবে গুণগত ভাবে বিশদ শপতনামা দাখিল কৰিব লাগিব । ইতিমধ্যে ২০খন অন্তৱৰ্তীকালীন আবেদন দাখিল কৰা হৈছে আৰু বহুতো আবেদন আহি আছে। বাস্তৱিকতে আমাক চাৰি সপ্তাহৰ প্ৰয়োজন।” ছলিচিটৰ জেনেৰেলৰ দাবী CAA ই কাৰো…
নিউজডেক্স,১৯ মাৰ্চ,২০২৪: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দেশত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯৬.৮ কোটি। ইয়াৰ পূৰ্বে ২০১৯ চনত দেশত ভোটাৰৰ সংখ্যা আছিল ৮৯ কোটি ৭৮ লাখ।এইবাৰ মুঠ ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৪৭.১ কোটি, পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৭ কোটি আৰু প্ৰায় ৪৮ হাজাৰ তৃতীয় লিংগৰ ভোটাৰ। একে সময়তে প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা হ’ল ১.৮২ কোটি। নিৰ্বাচন আয়োগে ভোটাৰৰ বাবে এইবাৰবিশেষ প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ সমগ্ৰ দেশত ১.৪৮ লাখ ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব আৰু এই সকলোবোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা থাকিব।ইয়াৰ উপৰিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ বাবে ৫৫ লাখ ইভিএম (ইলেক্ট্ৰনিক ভোটিং…
চৰাইদেউ জিলা চাৰিসীমা লৈ বিতৰ্ক : মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ভোট বৰ্জনৰো হুংকাৰ
নিউজডেক্স,১৭ মাৰ্চ,২০২৪ : চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে । যোৱা ১২ মাৰ্চ তাৰিখে মাহমৰাৰ গৰৈমাৰীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলা সীমা নিদ্ধাৰণ দাবী সমিতিৰে হোৱা আলোচনা মৰ্মে মুখমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই তিনিদিনৰ ভিতৰত চৰাইদেউৰ জিলা আয়ুক্তক চাৰিসীমা সম্পৰ্কত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু বিশেষ সূত্ৰে জানিব পৰা মতে উপায়ুক্তৰ প্ৰতিবেদনত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হলৌফুকন…

