Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স,৩১জানুৱাৰী ২০২৩ :আজি পবিত্ৰ মে-ডাম-মে ফি । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুঠাও সকলক স্মৰণ কৰাৰ এক পবিত্ৰ দিন ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ দৰে সদৌ তাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আটাছুৰ নাজিৰা মহকুমা সমিতিৰ কাৰ্য্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মে-ডাম-মেফি।অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলে চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰাৰ লগতে তাই আহোমৰ ৰীতি-নীতেৰে অনুস্থিত ডামফি পূজাত ভাগ লয় আৰু অসম তথা অসমীয়া জাতি গঠনত  আহোম স্বৰ্গদেউ সকলৰ অমূল্য অৱদানক স্মৰণ কৰি সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে  । এই মে-ডাম-মেফি অনুষ্ঠানত স্বদেশ ,স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি , সৃষ্টি…

Read More

নিউজ ডেস্ক,৩০ জানুৱাৰী,২০২৩ :  আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে যে, ডিব্ৰুগড়ত ৰাজ্যখনৰ দ্বিতীয়টো মুখ্যমন্ত্ৰী কাৰ্যালয় নিৰ্মাণ হোৱাৰ লগতে তেজপুৰত নতুনকৈ ৰাজভৱন স্থাপন কৰা হ’ব আৰু  অসমৰ  জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ কাৰ্যালয় সমূহ জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ সলনি কৰা সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে  বুলি মুখ্যমন্ত্ৰীয়ে জনোৱাৰ  উপৰিও  ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত থকা খেলপথাৰখন ৰাজ্যিক পুলিচ ক্ৰীড়া কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হ’ব বুলি তেখেতে অৱগত কৰে ।

Read More

न्यूज डेस्क -30जनवरी2023 : देश के 74वे गणतंत्र दिवस समारोह में नई दिल्ली में आयोजित मुख्य समारोह में प्रदर्शित असम की झांकी को लेकर असम विधानसभा में नेता प्रतिपक्ष देवव्रत सैकिया ने सवाल खड़े करते हुए तीखी प्रतिक्रिया व्यक्त की है। देवव्रत सैकिया ने आरोप लगाया है कि झांकी में असम के वीर सेनापति लाचित बरफूकन की प्रतिकात्मक झांकी में उनके पारंपरिक चित्रण को विकृत रुप में प्रदर्शित किया गया एवं उन्हें एक हिन्दुत्व विचार धारा से जुड़े योद्धा के रूप में दर्शाया गया जो ऐतिहासिक तथ्यों से हटकर है, जबकि असम पर हुए हमले के दौरान उन्होंने असम से…

Read More

 নিউজ ডেক্স,২৯ জানুৱাৰী,২০২৩: মোগল গাৰ্ডেন নামে খ্যাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ বাগিচাখনৰ নাম সলনি কৰিছে কেন্দ্ৰীয়  চৰকাৰে৷ ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক জনায় যে, স্বাধীনতাৰ অমৃত মহোত্‍সৱৰ ৭৫ বছৰ উদযাপন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাক অমৃত উদ্যান হিচাপে   নামকৰণ  কৰিছে। অৱশ্যে, ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এতিয়াও দুয়োটা নামেই উপলব্ধ৷  ৰাষ্ট্ৰপতি ভৱনৰ এই অমৃত উদ্যান বাগিচাখন আগষ্টৰ পৰা মাৰ্চলৈ সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব৷

Read More

न्यूज डेस्क – 29जनवरी2023:असम सरकार एवं अहमदाबाद के श्री सत्य साँई हार्ट हास्पिटल के बीच हुए समझौते के आधार पर राज्य के ऐसे बच्चे जो जन्मजात हृदय रोग से पीड़ित हैं उन्हेंआधुनिक चिकित्सा सेवा उपलब्ध कराये जाने के लिए हाल ही में उक्त संस्थान के चिकित्सालय के लिए रवाना किया गया। राज्य सरकार के स्वास्थ्य विभाग के तत्वावधान में हृदय रोग ग्रस्त बच्चों के पहले दस्ते में कुल 19बच्चे शामिल हैं। उल्लेखनीय है कि इन बच्चों के साथ उनके अभिभावकों को भी भेजा गया है। अहमदाबाद के लिए विमान से रवाना होने से पूर्व जीएमसीएच में इन बच्चों से राज्य…

Read More

न्यूज डेस्क -26जनवरी 2023  :नाजिरा महकमे में भी आज 74वा गणतंत्र दिवस समारोह मनाया गया। नाजिरा महकमा प्रशासन के सौजन्य से नाजिरा जिला क्रिड़ा संस्था के खेल मैदान में गणतंत्र दिवस कार्यक्रम में नाजिरा की अनुमंडलाधिकारी आयूषी जैन ने राष्ट्रीय ध्वज फहराया। ध्वजारोहण किए जाने के पूर्व उन्होंने गांधी मैदान में शहीदों के प्रति श्रद्धांजलि दी। राष्ट्रीय ध्वज को पुलिस एवं अर्धसैनिक बलों द्वारा सलामी दी गई वहीं स्काउट गाइड एवं एनसीसी कैडेट्स ने भी कदम ताल मिलाते हुए अपनी और से राष्ट्रीय ध्वज को सलामी दी।  नाजिरा के विधायक देवव्रत सैकिया भी कार्यक्रम में शामिल हुए।इस अवसर पर एक…

Read More

নিউজ ডেক্স, ২৬ জানুৱাৰী,২০২৩ : গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত ২০২৩ বৰ্ষৰ পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষন সন্মান ঘোষণা কৰিলে ভাৰত চৰকাৰে। যোৱা বুধ বাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে।দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। এই ৯১ গৰাকী ভিতৰত তিনিগৰাকী অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী লাভ কৰা অসমীয়া ব্যক্তি কেইগৰাকী হ’ল –  মৰাণৰ বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়া, নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী  হেমচন্দ্ৰ গোস্বামী আৰু ডিমা হাচাওৰ বৰেণ্য সমাজ সংস্কাৰক ৰামকুইৱাংবে জেনে। আনহাতে গণৰাজ্য দিৱস…

Read More

নিউজ ডেক্স, ২৬ জানুৱাৰী ২০২৩ :   দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি উলহ মালহেৰে গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয় ।নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উদ্‌যাপিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি আয়ুসী জৈনে।অনুষ্ঠানত  নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে আন বহু ব্যক্তি উপস্থিত থাকে।

Read More

न्यूज डेस्क  -25जनवरी 2023 :  भारतीय चुनाव आयोग के निर्देशानुसार आज शिवसागर जिले के नाजिरा  महकमाधिपति कार्यालय के सभागार में त्रयोदश ‘ राष्ट्रीय मतदाता दिवस ‘ कार्यक्रम आयोजित किया गया। इस कार्यक्रम में नाजिरा की अनुमंडलाधिकारी आयूषी जैन भी उपस्थित थीं। उन्होंने कार्यक्रम के प्रारंभ में सभी को राष्ट्रीय मतदाता दिवस की शुभकामनाएं देते हुए, शपथ ग्रहण कराया। अनुमंडलाधिकारी जैन ने नए वोटरों को अपने विवेक का उपयोग करते हुए मतदान के माध्यम से सुयोग्य जनप्रतिनिधि चुनने का अनुरोध किया। उल्लेखनीय है कि नाजिरा महकमा निर्वाचन आयोग कार्यालय द्वारा घोषित सामाजिक कार्यकर्ता नीरेन गोगोई को इस बार का ब्रांड एम्बेसडर…

Read More

নিউজ ডেক্স, ২৫ জানুৱাৰী,২০২৩ : আজি দেশৰ অন্যান্য স্থানৰ লগতে নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ত্ৰয়োদশ “ৰাষ্ট্ৰীয় ভোটাৰ দিৱস” উদযাপন কৰা হয়। এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকি সকলোকে  ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে নতুন ভোটাৰক নিজৰ বুদ্ধি আৰু বিবেক বিবেচনাৰে সঠিক জনপ্ৰতিনিধিক ভোট দিবলৈ আহ্বান জনায়।

Read More