Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
अब तक की मुख्य जानकारी आज मोदी सरकार के दूसरे कार्यकाल का वित्त वर्ष 2023/24का आखिरी वजट संसद में पेश किया जा रहा है। **वित्त मंत्री निर्मला सीतारमण ने वजट पेश किए जाने से पूर्व राष्ट्रपति द्रोपदी मुर्मू से मुलाकात की। **अपराह्न 11बजे वित्त मंत्री निर्मला सीतारमण ने शुरू किया वजट भाषण *आज के वजट को लेकर देश के नागरिकों में सरकार से काफी उम्मीदें हैं। *रेलवे के लिए 2.4लाख करोड़ के वजट का प्रस्ताव * कई नए हवाई अड्डों के निर्माण के साथ ही पहले से बने हवाई अड्डों का ढांचागत विकास *डिजिटल इंडिया के अनुरूप KYC की…
সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট : বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাত্ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ
নিউজ ডেক্স,১ ফেব্ৰুৱাৰী , ২০২৩ : আজি দিনৰ এঘাৰ বজাত সংসদত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেট ভাষণ। এই বাজেটক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পূৰ্ণাংগ বাজেটত বিত্তমন্ত্ৰীয়ে টেক্স শ্লেব, শিক্ষা, স্বাস্থ্য, কৃষি আদিকে ধৰি বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে বুলি সকলোৱেই আগ্ৰাহাণ্বিত আজিৰ বাজেটক লৈ। সকলোৱে আশা কৰিছে এই বাজেটে পূৰণ কৰিব সাধাৰণ জনতাৰ আশা-আকাংক্ষা।এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট ।বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উত্সাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত সন্নিৱিষ্ট কৰা…
মে_ডাম_মে_ফীৰ পবিত্ৰ দিনটোত সমুহ অসমবাসীৰ মন প্রান একতাৰ দোলেৰে বান্ধ খাই পৰক। ———হেমন্ত ওজা
মে-ডাম-ফী টাই-আহোমসকলৰ এক পবিত্ৰ ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ বিশ্বাস কৰা হয় যে মৃতক উপৰিপুৰুষ দেৱতাসকলে ওপৰৰ পৰা তেওঁলোকৰ উত্তৰপুৰুষসকলকৰ অপায়-অমঙ্গল , বিপদ-বিঘিনি সকলো দূৰ কৰি আৰু ভৱিষ্যত উজ্জ্বল কৰাব । সেয়েহে উপৰিপুৰুষ দেৱতাসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা ভক্তি নিবেদন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ কামনাৰে পূজা সেৱা আগবঢ়োৱা হয় । টাঈ আহোম সকলৰ বিশ্বাস গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও…
সদৌ তাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ কাৰ্যালয়ত আয়োজিত মে-ডাম-মেফি অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল।
নিউজ ডেক্স,৩১জানুৱাৰী ২০২৩ :আজি পবিত্ৰ মে-ডাম-মে ফি । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুঠাও সকলক স্মৰণ কৰাৰ এক পবিত্ৰ দিন ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ দৰে সদৌ তাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আটাছুৰ নাজিৰা মহকুমা সমিতিৰ কাৰ্য্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মে-ডাম-মেফি।অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলে চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰাৰ লগতে তাই আহোমৰ ৰীতি-নীতেৰে অনুস্থিত ডামফি পূজাত ভাগ লয় আৰু অসম তথা অসমীয়া জাতি গঠনত আহোম স্বৰ্গদেউ সকলৰ অমূল্য অৱদানক স্মৰণ কৰি সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে । এই মে-ডাম-মেফি অনুষ্ঠানত স্বদেশ ,স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি , সৃষ্টি…
ডিব্ৰুগড়ত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়
নিউজ ডেস্ক,৩০ জানুৱাৰী,২০২৩ : আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে যে, ডিব্ৰুগড়ত ৰাজ্যখনৰ দ্বিতীয়টো মুখ্যমন্ত্ৰী কাৰ্যালয় নিৰ্মাণ হোৱাৰ লগতে তেজপুৰত নতুনকৈ ৰাজভৱন স্থাপন কৰা হ’ব আৰু অসমৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ কাৰ্যালয় সমূহ জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ সলনি কৰা সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে জনোৱাৰ উপৰিও ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত থকা খেলপথাৰখন ৰাজ্যিক পুলিচ ক্ৰীড়া কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হ’ব বুলি তেখেতে অৱগত কৰে ।
असम विधानसभा के नेता प्रतिपक्ष देवव्रत सैकिया ने गणतंत्र दिवस समारोह में असम की झांकी में वीर सेनापति लाचित बरफूकन की प्रतिमूर्ति पर जताई तीखी प्रतिक्रिया
न्यूज डेस्क -30जनवरी2023 : देश के 74वे गणतंत्र दिवस समारोह में नई दिल्ली में आयोजित मुख्य समारोह में प्रदर्शित असम की झांकी को लेकर असम विधानसभा में नेता प्रतिपक्ष देवव्रत सैकिया ने सवाल खड़े करते हुए तीखी प्रतिक्रिया व्यक्त की है। देवव्रत सैकिया ने आरोप लगाया है कि झांकी में असम के वीर सेनापति लाचित बरफूकन की प्रतिकात्मक झांकी में उनके पारंपरिक चित्रण को विकृत रुप में प्रदर्शित किया गया एवं उन्हें एक हिन्दुत्व विचार धारा से जुड़े योद्धा के रूप में दर्शाया गया जो ऐतिहासिक तथ्यों से हटकर है, जबकि असम पर हुए हमले के दौरान उन्होंने असम से…
নিউজ ডেক্স,২৯ জানুৱাৰী,২০২৩: মোগল গাৰ্ডেন নামে খ্যাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ বাগিচাখনৰ নাম সলনি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক জনায় যে, স্বাধীনতাৰ অমৃত মহোত্সৱৰ ৭৫ বছৰ উদযাপন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাক অমৃত উদ্যান হিচাপে নামকৰণ কৰিছে। অৱশ্যে, ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এতিয়াও দুয়োটা নামেই উপলব্ধ৷ ৰাষ্ট্ৰপতি ভৱনৰ এই অমৃত উদ্যান বাগিচাখন আগষ্টৰ পৰা মাৰ্চলৈ সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব৷
असम सरकार की पहल पर राज्य के 19 हृदय रोग ग्रस्त बच्चों को आधुनिक चिकित्सा के लिए पहली बार अहमदाबाद भेजा गया।
न्यूज डेस्क – 29जनवरी2023:असम सरकार एवं अहमदाबाद के श्री सत्य साँई हार्ट हास्पिटल के बीच हुए समझौते के आधार पर राज्य के ऐसे बच्चे जो जन्मजात हृदय रोग से पीड़ित हैं उन्हेंआधुनिक चिकित्सा सेवा उपलब्ध कराये जाने के लिए हाल ही में उक्त संस्थान के चिकित्सालय के लिए रवाना किया गया। राज्य सरकार के स्वास्थ्य विभाग के तत्वावधान में हृदय रोग ग्रस्त बच्चों के पहले दस्ते में कुल 19बच्चे शामिल हैं। उल्लेखनीय है कि इन बच्चों के साथ उनके अभिभावकों को भी भेजा गया है। अहमदाबाद के लिए विमान से रवाना होने से पूर्व जीएमसीएच में इन बच्चों से राज्य…
न्यूज डेस्क -26जनवरी 2023 :नाजिरा महकमे में भी आज 74वा गणतंत्र दिवस समारोह मनाया गया। नाजिरा महकमा प्रशासन के सौजन्य से नाजिरा जिला क्रिड़ा संस्था के खेल मैदान में गणतंत्र दिवस कार्यक्रम में नाजिरा की अनुमंडलाधिकारी आयूषी जैन ने राष्ट्रीय ध्वज फहराया। ध्वजारोहण किए जाने के पूर्व उन्होंने गांधी मैदान में शहीदों के प्रति श्रद्धांजलि दी। राष्ट्रीय ध्वज को पुलिस एवं अर्धसैनिक बलों द्वारा सलामी दी गई वहीं स्काउट गाइड एवं एनसीसी कैडेट्स ने भी कदम ताल मिलाते हुए अपनी और से राष्ट्रीय ध्वज को सलामी दी। नाजिरा के विधायक देवव्रत सैकिया भी कार्यक्रम में शामिल हुए।इस अवसर पर एक…
অসমৰ তিনিগৰাকী বৰেণ্য ব্যক্তিলৈ পদ্মশ্ৰী সন্মান : সন্মানিত ১৫ জন অসম আৰক্ষীৰ বিষয়া-কনিষ্টবল
নিউজ ডেক্স, ২৬ জানুৱাৰী,২০২৩ : গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত ২০২৩ বৰ্ষৰ পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষন সন্মান ঘোষণা কৰিলে ভাৰত চৰকাৰে। যোৱা বুধ বাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে।দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। এই ৯১ গৰাকী ভিতৰত তিনিগৰাকী অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী লাভ কৰা অসমীয়া ব্যক্তি কেইগৰাকী হ’ল – মৰাণৰ বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়া, নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী আৰু ডিমা হাচাওৰ বৰেণ্য সমাজ সংস্কাৰক ৰামকুইৱাংবে জেনে। আনহাতে গণৰাজ্য দিৱস…

