Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
आगामी गणतंत्र दिवस के उपलक्ष्य में नाजिरा महकमा प्रशासन द्वारा मैराथन दौड़ हुई आयोजित। अनुमंडलाधिकारी आयूषी जैन भी हुई दौड़ में शामिल
डेस्क न्यूज -23 जनवरी,2023: आगामी 26जनवरी को मनाए जाने वाले 74वे गणतंत्र दिवस समारोह के परिप्रेक्ष्य में आज नाजिरा महकमा प्रशासन के सौजन्य से ‘ Republic Run ‘ मैराथन दौड़ आयोजित की गई।आज सुबह 6बजे स्थानीय बरबरुआ पुखरी से शुरु हुई इस मैराथन दौड़ को अतिरिक्त उपायुक्त सह नाजिरा की अनुमंडलाधिकारी आयूषी जैन ने रवाना किया। यहां यह भी उल्लेखनीय है कि अनुमंडलाधिकारी आयूषी जैन ने खुद भी इस 12किलो मीटर तक की निर्धारित मैराथन दौड़ में हिस्सा लेते हुए पूर रास्ते प्रतिभागियों का उत्साहवर्धन करती रही, जिसकी सभी प्रतिभागियों ने सराहना की है।मेकिपुर के रास्ते से चोकिमुख होते हुए…
সমষ্টি পুনঃনিৰ্দ্ধাৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ত ইণ্ডিজিনিয়াচ পিপ’লচ অব মুঙ ডুন চুন খাম আছামৰ উদ্যোগত অনুষ্ঠিত হ’ল সভা
নিউজ ডেক্স,২৩ জানুৱাৰী,২০২৩ : যোৱা ইংৰাজী ২১ জানুৱাৰী ২০২৩ তাৰিখে ডিব্ৰুগড় বৈৰাগীমঠস্থিত ” টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত Indigenous peoples of Mung-Dun-Chun-Kham, Assam, North East ৰ উদ্যোগত আৰু সচেতন নাগৰিক মঞ্চৰ সহযোগত অসমৰ লোকসভা আৰু বিধান সমষ্টি সমূহ বিসংগতি পূৰ্ণভাবে পুনঃনিৰ্ধাৰণ সম্পৰ্কত এখনি আলোচনা অনুষ্ঠিত হয়। এই সম্পৰ্কত লক্ষীমপুৰৰ গুণ ফুকনে প্ৰকাশিত বাতৰি সমূহৰ উদ্ধৃতি দি কয় যে উজনি অসমৰ ৫টা বিধান সভা সমষ্টি কৰ্তন কৰি নামনি অসমৰ জিলা সমূহত এই সমষ্টি কৈইটা সংযোগ কৰিব বিচৰাতো আমাৰ বাবে দুুখজনক।ইয়াৰ দ্বাৰা উজনি অসমৰ খিলঞ্জীয়া ৰাইজক ৰাজনৈতিক ভাৱে নিশকতীয়া কৰিব বিচৰা হৈছে বুলি কোৱাৰ লগতে টাই আহোম জাতীয় পৰিষদৰ সম্পাদক মনোজ বড়াই …
নিউজ ডেক্স, ২৩ জানুৱাৰী ২০২৩ : আগন্তুক ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা ৬ বজাত বৰবৰুৱা পুখুৰী পাৰৰ পৰা নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত “Republic Run” শীৰ্ষক মাৰাথন প্ৰতিযোগিতা আয়োজিত কৰা হয়। নাজিৰা মহকুমাধিপতি আয়ুষী জৈনে শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। নাজিৰা বৰবৰুৱা পুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই মাৰাথন প্ৰতিযোগিতাখনত মেকিপুৰ পথেৰে চকিমুখ হৈ সৰ্বমুঠ ১২ কি: মি পথ অতিক্ৰম কৰা হয়। পুৰুষ আৰু মহিলা দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৰুষৰ শাখাত বিশাল ওৰাং,পাৰ্থ প্ৰতীম লাহণ, সুশান্ত ৰাজবংশীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । অন্যহাতে মহিলাৰ শাখাত প্ৰথম, দ্বিতীয়…
News Desk, 23 January, 2023:In continuation of its endeavour to improve the health index of the people in operational areas, ONGC Assam Asset in association with Lepai Dighal Dariyali Yuba Sangha organized a free multi-speciality medical camp at Lepai Dighal Dariyali playground in Sivasagar district on Saturday (21st January, 2023). Inaugurating the health camp, Dr Malaya Bailung Bordoloi, GM-Head Medical Services outlined the initiatives of the oil-Maharatna to make people healthy in its operational areas. Over 550 local people availed medical services in this camp held till late in the evening. On the occasion, hundred (100) near vision spectacles and…
অসমীয়া বোলছবি “অনু”ৰ শুভ মুক্তিৰ আগ মুহূৰ্তত নাজিৰা নাট্য মন্দিৰত প্ৰচাৰ অভাযানত গৰিমা সহ চলচ্চিত্ৰ খনৰ কলা -কুশলী।
নিউজ ডেক্স,২২ জানুৱাৰী ২০২৩ : অহা ইংৰাজী ২৭ জানুৱাৰী তাৰিখত শুভ মুক্তি হ’ব অসমীয়া বোলছবি “অনু”ৰ। প্ৰখ্যাত লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ এটা চুটি গল্পৰ আধাৰত নিৰ্মিত বোলছবিখনৰ মুক্তিৰ আগ মুহূৰ্তত বহুল প্ৰচাৰৰ বাবে উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰিমা গাৰ্গ সহ চলচ্চিত্ৰ খনৰ কলা-কুশলীৰ দলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আনহাতে কিং খান হিচাবে পৰিচিত শ্বাহৰুক খানৰ মুক্তি পাব লগীয়া হিন্দী চিনেমা পাঠান আৰু ড: বেজবৰুৱা ২ নামৰ অসমীয়া চিনেমাখনক লৈও গৰিমা শইকীয়া গাৰ্গে বিশেষ মন্তব্য আগবঢ়ায়৷ আানহাতে ড: বেজবৰুৱা ২ কথাছবিখনৰ প্ৰমোচনৰ বাবেও নাজিৰাত আাজি এক ৰ’ড শ্ব অনুষ্ঠিত হয়৷
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক’লৈ প্ৰেৰণ কৰিব চৰাইদেউ মৈদামৰ নাম : উৎফুল্লিত চৰাইদেউবাসী.
নিউজ ডেক্স,২১ জানুৱাৰী ২০২৩ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন কৰা হৈছে চৰাইদেউ মৈদামক্ষেত্ৰ। জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিব দিয়ে। ভাৰত চৰকাৰে দেশৰ বিভিন্ন ঠাইৰ পাঁচখন স্থানক এইবাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ বাবে তালিকাভুক্ত কৰিছিল যদিও আন ৪ খন স্থানৰ নাম বাতিল হোৱাত চৰকাৰে কেৱল চৰাইদেউ মৈদামক্ষেত্ৰৰ নামহে ইউনেস্ক’লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তেওঁক জনায়।চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্যবাসীয়ে দীৰ্ঘদিনৰ পৰা দাবী…
নিউজ ডেক্স,২১ জানুৱাৰী ২০২৩ : প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন৷ অন্য প্ৰান্তৰ দৰে নাজিৰাৰ মিঠাপুখুৰী মধ্য অসমীয়া বিদ্যালয়তো দেখা গৈছে এক উৎসৱ মুখৰ পৰিবেশ৷ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনৰ পৰিবেশ দেখি আনন্দিত বহি: নিৰীক্ষক। পূৰ্বে A+ গ্ৰেড লাভ কৰা বিদ্যালয়খনিত গঢ়ি তোলা এটা ডিজিটেল কোঠা, পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰে সজাই তোলা প্ৰদৰ্শনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷
নিউজ ডেক্স, ২০ জানুৱাৰী ২০২৩ : গুণোৎসৱৰ দিনা কণ কণ ছাত্ৰ ছাত্ৰীয়ে বহিঃমূল্যায়কৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিহু নৃত্য । যোৱা ১৯ জানুৱৰৰীত নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩২৮ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত শিক্ষক, অভিভাৱক আৰু স্থানীয় ৰাইজে এই নৃত্য উপভোগ কৰে । শিক্ষা- সংস্কৃতিৰ সমাহাৰত আহ্লাদিত হয় উপস্থিত ৰাইজ৷সাধাৰণতে গুণোৎসৱত ছাত্ৰ-ছাত্ৰীয়ে নাচ-গান কৰা দেখা নাযায় যদিও নাজিৰাৰ এই বিদ্যালয় খনত এনে এক ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয়৷
न्यूज डेस्क 19जनवरी : वर्ष 2020के ज्ञान पीठ पुरस्कार से सम्मानित एवं पूर्वोत्तर की जनता के बीच काव्य ऋषि के नाम से परिचित असमिया कविता जगत के हस्ताक्षर स्वरुप नीलमणि फूकन का आज देहावसान हो गया। इस खबर के मिलते ही उनके गुणमुग्ध लोगों के बीच शोक की लहर दौड़ गई।आज पूर्वाह्न 11.55बजे उन्होंने गुवाहाटी मेडिकल कॉलेज अस्पताल में अंतिम सांस ली। 1933सन की 10सितंबर को जन्मे नीलमणि फूकन कुछ दिनों से बीमार चल रहे थे। उनकी रचनाओं में प्रमुख -नृत्यरता पृथ्वी,आरु की निशब्द, गुलापी जामुर लग्न,सूर्य हेनु नामि आहे सहित अनेकों काव्यात्मक रचनाएं साहित्य प्रेमियों के बीच काफी लोकप्रिय…
News Desk,19 Jauary,2023 : Members of the Sivasagar district executive committee of All Adivasi Students’ Association of Assam (AASAA) on Wednesday held a three-hour sit-in in front of the office of the Nazira revenue circle officer over alleged illegal stone quarrying in the Lakshmijan Rajabheta area under Athkhel Mouza. The demonstrators, led by Sivasagar AASAA president Dharmeswar Ghatowar and secretary Rajib Mirdha, alleged that illegal stone quarrying in the Lakshmijan Rajabheta area has posed a threat to 200 families besides affecting Lakshmijan Tea Estate and Bihubar Tea Estate. They demanded an immediate end to stone quarrying in…

