Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,২মে,২০২৪ :  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নাজিৰাৰ কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক  সংবাদ গোষ্ঠী নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা, নাজিৰাৰ তৰফৰ পৰা ‌সম্বৰ্ধনা জনোৱা হয়। নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা নাজিৰাৰ তৰফৰ পৰা নিয়মীয়া বাৰ্তা কাকতৰ স্থানীয় সংবাদ দাতা নেকীবুদ্দিন আহমেদৰ বাসগৃহত এই উদ্দেশ্যৰে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সাংবাদিক নেকীবুদ্দিন আহমেদৰ পুত্ৰ ফাহিম ইৰফান আহমেদক জাঁজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক জীৱন কলিতাই ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কলমৰে সম্বৰ্ধনা জনায়।এই অনুষ্ঠানত নিউজ…

Read More

নিউজডেক্স,৩০এপ্ৰিল,২০২৪ : আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্য্যই তেওঁলোকৰ হতাশাক প্ৰমাণ কৰিছে  ৷ উল্লেখ্য যে অমিত শ্বাহৰ “ভুৱা ভিডিঅ'” শ্বেয়াৰ কৰাৰ অভিযোগত যোৱা সোমবাৰে গ্ৰেপ্তাৰ হৈছিল অসমৰ এগৰাকী কংগ্ৰেছ কৰ্মী।  গুৱাহাটী নিবাসী ৩১ বছৰীয়া ৰীতম সিং অসম কংগ্ৰেছৰ সৈতে জড়িত আৰু তেওঁ দলটোৰ ‘ৱাৰ ৰুমৰ সমন্বয়ক’ হিচাপে কাম কৰে। বিৰোধী দল, বিশেষকৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, “তেওঁলোকৰ (কংগ্ৰেছ) হতাশা ইমানেই পালেগৈ যে তেওঁলোকে মোৰ লগতে আন কেইবাজনো বিজেপি নেতাৰ ভুৱা ভিডিঅ’ বিয়পাইছে। …এই…

Read More

न्यूज़ हन्ट -डेस्क -25 अप्रैल 2024 ;प्रथम चरण के लोक सभा चुनाव में एक ही व्यक्ति द्वारा दो मतदान केंद्रों पर मतदान का आरोप !भारतीय निर्वाचन आयोग द्वारा जारी आचार संहिता के वाबजूद जोरहाट संसदीय सीट के लिए हुए चुनावों में एक अजीबोगरीब मामला सामने आया है। आरोपों के अनुसार शिवसागर  आमोला पट्टी के निवासी पुतु बरुआ द्वारा दो अलग-अलग मतदान केंद्रों – शिवसागर तथा नाजिरा में मतदान का आरोप है। आरोपों के अनुसार उक्त व्यक्ति ने दो अलग-अलग नामो के मतदाता पहचान पत्र का उपयोग करते हुए शिवसागर तथा नाजिरा में मतदान किया। आरोपों में अगर सच्चाई है तो सवाल…

Read More

নিউজডেক্স,২৫এপ্ৰিল,২০২৪ :ভাৰতৰ নিৰ্বাচনী আয়োগক প্ৰতাৰিত কৰি শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই ভিন্ন নামত দুখন ভোটাৰ কাৰ্ডৰ জৰিয়তে একেদিনাই দুঠাইত ভোটদানৰ অভিযোগ উত্থাপন কৰিছে নাজিৰা লেঙিবৰ নৃপেন শইকীয়া নামৰ এজন ব্যক্তিয়ে। যোৱা ১৯ এপ্ৰিল তাৰিখত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই দুবাৰকৈ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ  উণ্থাপন কৰি একেজন ব্যক্তিৰ শিৱসাগৰত পুতু বৰুৱা আৰু নাজিৰাত ইন্দ্ৰেশ্বৰ বৰুৱা নামসহ পৃথক পৃথক ভোটাৰ কাৰ্ড থকাৰ অভিযোগ উণ্থাপন কৰিছে নৃপেন শইকীয়াই৷  এজন ব্যক্তিৰ দুটাকৈ পৃথক পৃথক নামত কেনেকৈ ভোটাৰ কাৰ্ড পাবলৈ সক্ষম হ’ল  আৰু প্ৰচলিত আইন অৱমাননা কৰি তেওঁ  কেনেকৈ শিৱসাগৰ আৰু নাজিৰা এই দুয়োটা সমষ্টিতে একেদিনাই…

Read More

নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :  চাকমা আৰু হাজং জনগোষ্ঠীক কোনো কাৰণতেই অৰুণাচলত নাগৰিকত্ব দিয়া নহয় আৰু “কা  ” আইন প্ৰৱৰ্তন হলেও ইনাৰ লাইন পাৰ্মিট বৰ্তি থকাৰ বাবে এওঁলোকে অৰুণাচলত নাগৰিকত্ব নাপায় কিন্ত এই ৫/৬ লাখ চাকমা বা হাজং জনগোষ্ঠীৰ মানুহক অসমত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কিৰেণ ৰিজিজুৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনা কৰিছে বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰি চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে এক আছুতীয়া সাক্ষাৎকাৰত আমাক কয় যে এই কাৰ্য্যক ৰাজ্যৰ সকলো লোকেই বিৰোধিতা কৰিব লাগে৷এই লোকসকলক হয়তো কা আইনৰ জৰিয়তে অসমত সংস্থাপিত কৰিব পাৰে গতিকে এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি…

Read More

न्यूज़ हन्ट -डेस्क 23अप्रेल 2024 :आज चैत्र शुक्ल पुर्णिमा पर सिमलगुड़ी श्री अष्टभुजा दुर्गा मंदिर एवं  नाजिरा में हनुमान जन्मोत्सव कार्यक्रम आयोजित हुआ। हनुमान जी की पूजा अर्चना एवं रामायण पाठ के बाद निकली विशाल शोभायात्रा में बड़ी संख्या में लोग शामिल हुए।

Read More

নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :আজি নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে মঞ্চৰ দ্বাৰা আয়োজিত গল্প,কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে গীত পৰিবেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলা হয়৷ উল্লেখ্য যে নাজিৰাৰ প্ৰবীন শিক্ষাবিদ তথা সাংবাদিক বীৰেন শৰ্মাৰ নেতৃত্বত আৰু কিছুসংখ্যক বিদ্যান লোকৰ প্ৰচেষ্টাত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ চমুকৈ ত্ৰিমঞ্চৰ এই প্ৰতিষ্ঠা দিৱসত অৱসৰী উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ,অৱসৰী অধ্যাপক তথা প্ৰৱন্ধাকাৰ উমা কোঁৱৰ,নাজিৰা—শিমলুগুৰি উন্নয়ন পৰিষদৰ অধ্যক্ষ অজয়লাল বৰুৱাকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷

Read More

নিউজডেক্স,২৩এপ্ৰিল,২০২৪: ৰেল বিভাগৰ কনিষ্টবলৰ খালী পদত নিযুক্তিৰ বাবে অনলাইন আবেদনৰ অধিসূচনা জাৰি কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে। ৪,৬৬০টা খালী হৈ থকা কনিষ্টবল পদৰ  পদ পূৰণৰ বাবে আৰ পি এফৰ নিযুক্তি অভিযানআৰম্ভ কৰিছে৷ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে কনিষ্টবল পদৰ বাবে আবেদন কৰিবলৈ আৰ পি এফৰ  আনুষ্ঠানিক ৱেবছাইট rrbapply.gov.in ত  আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন পদ্ধতি আৰম্ভ হৈছে আৰু অহা ১৪ মে’ত ই সমাপ্ত হ’ব ৷ আৰ পি এফৰ চৰকাৰী কনিষ্টবল নিযুক্তিৰ জাননী যোৱা ১৪ এপ্ৰিল, ২০২৪ তাৰিখে প্ৰকাশিত হয়৷ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ আৰম্ভণিৰ তাৰিখ: ১৫ এপ্ৰিল, ২০২৪ ৰ পৰা, অনলাইন আৰ পি এফ কনিষ্টবল আবেদনৰ শেষ তাৰিখ হৈছে : ১৪ মে’, ২০২৪ ৷ পৰীক্ষাৰ তাৰিখ: এতিয়াও ঘোষণা…

Read More

न्यूज़ हन्ट -डेस्क  -20  अप्रैल 2024 :जोरहाट संसदीय सीट के लिए 19 अप्रैल को हुए चुनावों में संसदीय सीट के अधीन नाजिरा निर्वाचन ज़िले की नाजिरा विधानसभा क्षेत्र के अधीन हाथी पट्टी में मतदान वाले दिन स्थिति उस समय तनावपूर्ण हो गई जब संबंधित मतदान केंद्र से कुछ दूरी पर मतदान की अवधि खत्म होने के बाद संदिग्ध हालात में खड़े एक बोलेरो वाहन पर लोगों की नजर पड़ी। इस दौरान जब वहां उपस्थित लोगों ने AS04 AA 7848 वाहन की जानकारी लेने के लिए वहां पहुंचे तो वाहन  के भीतर चार EVM  सहित एक व्यक्ति को लगभग दो घंटे…

Read More

নিউজডেক্স,২০এপ্ৰিল,২০২৪: আজি পুৱাৰ পৰাই সমগ্ৰ অসমত  মোবাইল নেটৱৰ্ক সংযোগৰ সমস্যাই দেখা দিছে৷ৰাজ্যখনৰ লোকে নিজৰ ফোন কলৰ দ্বাৰা যোগাযোগ কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছ৷ ব্যাপক মোবাইল নেটৱৰ্ক সংযোগৰ সমস্যাই  আগুৰি ধৰাৰ ফলত বিভিন্ন নেটৱৰ্কৰ মাজেৰে যোগাযোগ অসম্ভৱ হৈ পৰিছে।ৰাতিপুৱাৰ পৰাই ৰাজ্যৰ মবাইল ব্যৱহাৰকাৰীসকলে ফোন বা বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে দৈনন্দিন কাম-কাজত অসুবিধা আৰু ব্যাঘাত জন্মাৰ লগতে ৰাজ্যত আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছত নিজৰ আত্মীয়ৰ ফলাফলৰ খবৰ ল’বলৈ ব্যগ্ৰ লোকৰ যোগাযোগৰ ক্ষেত্ৰতো মবাইল নেটৱৰ্কৰ বিচ্ছিন্নতাই সমস্যাৰ সৃষ্টি কৰিছে৷একেদৰে বিভিন্ন ব্যক্তিৰ পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ সুৰক্ষা আৰু মংগলৰ খা খবৰ ল’ব নোৱাৰাত বহুতে উদ্বেগ প্ৰকাশ কৰিছে।আনহাতে সৰু- বৰ ব্যৱসায়ীৰ…

Read More