Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

न्यूज़ हन्ट -डेस्क 19अप्रेल 2024 : आज देश कि 18वीं लोकसभा के लिए हुए प्रथम चरण के चुनावों में राज्य की पांच संसदीय सीटों पर भी मतदान हुआ, जिनमें राज्य की जोरहाट संसदीय सीट भी शामिल हैं। इस के नाजिरा LAC के कुल 224मतदान केंद्रों पर सुबह से ही मतदाताओं की लंबी कतारें नजर आई। नाजिरा निर्वाचन ज़िले के अधीन कुल मतदाताओं की संख्या 180.064 है जिनमें से आज निर्वाचन कार्यालय से प्राप्त सूचना अनुसार 81.71 प्रतिशत मतदाताओं ने अपने मताधिकार का उपयोग किया। इस दौरान राज्य में नेता प्रतिपक्ष एवं नाजिरा के विधायक देवव्रत सैकिया ने अपनी मां एवं…

Read More

নিউজডেক্স,১৯এপ্ৰিল,২০২৪ : আজি অসমৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত ভোটাৰ সকলে ভোট দান সাব্যস্ত কৰিছে।যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি পুৱাই নাজিৰা বিধানসভা সমষ্টিৰ ১০৯ নং ভোট কেন্দ্ৰত ভোট দান সাব্যস্ত কৰে।বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে দেৱব্ৰত শইকীয়াৰ মাতৃ তথা প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া,পত্নীয়ে ভোটদান সাব্যস্ত কৰে ৷ আনহাতে দিনৰ এক বজাৰলৈকে নাজিৰা সমষ্টিত ৪৯.২৫ শতাংশ ভোটদান সম্পন্ন হোৱাৰ খবৰ পোৱা গৈছে৷

Read More

न्यूज़ हन्ट -डेस्क 18अप्रेल 2024:भारतीय निर्वाचन आयोग के द्वारा ज़ारी आचार संहिता के बीच आज नाजिरा में प्रथम चरण के चुनावों की पूर्व संध्या पर आवकारी विभाग द्वारा जारी तलाशी अभियान के दौरान एक निजी वाहन से शराब की खेप बरामद की गई। प्राप्त सूचना के अनुसार नाजिरा जन स्वास्थ्य अभियांत्रिकी कार्यालय परिसर में खड़े एक निजी वाहन से यह खेप ज़ब्त की गई है।जिस वाहन से यह शराब बरामद हुई है वह स्थानीय भाजपा के किसी नेता के नाम पर पंजीकृत बताई गई है। पुलिस प्रशासन मामले की जांच में जुट गया है उसके बाद ही पूरी तस्वीर साफ…

Read More

নিউজডেক্স,১৮এপ্ৰিল,২০২৪ :লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী।কাইলৈ অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং,পিজাইডিং বিষয়াৰ দল । ইভিএম মেছিন আৰু ভিভিপেট লৈ নাজিৰা সমষ্টিৰ মুঠ ২২৪ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ ।কালিলৈ যোৰহাট লোকসভা সমষ্টিৰ সাধাৰণ জনতাই নিৰ্ণয় কৰিব ৰাজ্যজুৰি চৰ্চাত থকা দুই গগৈৰ ৰাজনৈতিক ভবিষ্যত।এইবাৰ গৌৰৱ গগৈ আৰু তপন গগৈৰ ভিতৰতে হ’ব মুখ্য নিৰ্বাচনী যুঁজ৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১৮০০৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ বাবে পুলিং- পিজাইডিং বিষয়া সকল নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰপৰা ৰাওনা হৈছে…

Read More

নিউজডেক্স,১৭এপ্ৰিল,২০২৪ : মাহেকীয়া ই-আলোচনীৰ সমলয়ৰ উদ্যোগত আজি নাজিৰাৰ খটখটী ৰেৱতী গাঁওত বসন্তৰ ৰং সনা আবেলি শীৰ্ষক অনুষ্ঠানৰ আয়োজনকৰা হয়৷ গীত, নৃত্য,কবিতা পাঠেৰে জীপাল হৈ পৰে অনুষ্ঠানটিত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জীৱন কলিতা, শিক্ষক সন্মিলনৰ  শৈলেন কলিতা,সমাজ সংগঠক গোপাল বৰুৱা,সাংস্কৃতিক কৰ্মী শিৱ শইকীয়া,ধীৰেন কোঁৱৰকে ধৰি আন বহু সংখ্যক লোক উপস্থিত থাকে ৷

Read More

न्यूज़ हन्ट डेस्क -16अप्रैल ,2024: लोक सभा के प्रथम चरण के चुनाव प्रचार पर बुधवार की शाम को विराम लग जाएगा।  इस के पूर्व सभी राजनीतिक दल ज्यादा से ज्यादा मतदाताओं तक पहुंचने में अपना पसीना बहाते हुए देखे जा रहे हैं।आज जोरहाट संसदीय सीट के अधीन आमगुड़ी के जांजी हेमचंद्र शर्मा काँलेज मैदान में भाजपा मित्र दल की आयोजित विशाल चुनावी रैली को संबोधित करते हुए मुख्यमंत्री डा. हिमंत विश्व शर्मा ने जोरहाट संसदीय सीट से उम्मीदवार तपन गोगोई के पक्ष में विशाल जनसभा को संबोधित किया। उन्होंने प्रधानमंत्री नरेन्द्र मोदी के नेतृत्व में देश के चहुंमुखी विकास के…

Read More

न्यूज़ हन्ट डेस्क -15अप्रेल 2024 :असम के नववर्ष एवं बोहाग बिहू के अवसर पर असम साहित्य सभा के सौजन्य से* निजोर दिन* कार्यक्रम के अंतर्गत श्री शर्मा के निवास पर जाकर असम साहित्य सभा शिवसागर जिला समिति की प्रतिनिधि के रुप में लेखक एवं कवियत्री कृष्ण सैकिया, अध्यक्ष कृष्ण ज्योति हैंडिकै  उपाध्यक्ष ईला बुढागोंहाई महासचिव साकीरा उल्लाह हजारिका शामिल थी। श्री शर्मा को फुलाम गामोछा तथा प्रशस्ति पत्र देकर सम्मानित करते हुए उनके स्वस्थ जीवन एवं दीर्घायु की कामना की गई।

Read More

নিউজডেক্স, ১৫  এপ্ৰিল, ২০২৪ :: শিৱসাগৰ জিলাৰ অন্যতম শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান মেছাগড়স্থিত মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগত  ১৪ এপ্ৰিল বহাগৰ প্ৰথম দিনাই বৰ্ণাঢ়্য কাৰ্য্যসূচীৰে “পহিলা বহাগৰ মুকলি বিহু” আৰু ৪৪ সংখ্যক “সদৌ অসম মুকলি কণী যুঁজ মেলা” সম্পন্ন কৰা হয়।  মেছাগড়স্থিত  জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত  পুৱা  মহাসতী জয়মতী পুথিভঁৰালৰ সভাপতি নিৰঞ্জন বৰগোহাঞি আৰু সদৌ অসম কণী যুঁজ সন্থাৰ সভাপতি ডম্বৰু ফুকনে বিহুৱান উত্তোলনৰে দিনজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰে জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন বুঢ়াগোহাঁয়ে। উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪ শতাধিক কণী যুঁজত অংশগ্ৰহণকাৰীৰ পঞ্জীয়নৰ পিছতে  সদৌ অসম মুকলি…

Read More

নিউজডেক্স,১৪এপ্ৰিল,২০২৪ : আজি পহিলা বহাগ। সমগ্ৰ অসমতেই ৰঙালী বিহুৰ ব্যাপক আয়োজন।  নাজিৰাৰ মেছাগড় মহাসতী জয়মতী পুথিভঁৰাল প্ৰাঙ্গনত সদৌ অসম ভিত্তিত এখনি কণীযুঁজ মেলা আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় চাৰিশতকৈ অধিক লোকে এই কণীযুঁজ মেলাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত মুকলি বিহুত বহুকেইজন স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে দেশ আৰু জাতিৰ কল্যাণৰ বাবে ৰাইজে জ্যেষ্ঠজনৰ পৰা আশীষ বিচাৰি সেৱা লয়৷

Read More

নিউজডেক্স,১২এপ্ৰিল,২০২৪ : নাজিৰাৰ চানবছা গাওঁত আছে সাহিত্য, সংস্কৃতি চৰ্চাৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি । অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, যাৰ ঢোলৰ চাপৰত জীপাল হৈ পৰিছিল বিভিন্ন  বিহু মঞ্চ। তেখেত হৈছে ঢোলৰ ওজা ধীৰেণ কোঁৱৰ ।    প্ৰয়াত ধৰ্মেশ্বৰ কোঁৱৰ আৰু  প্ৰয়াত কুসুম কোঁৱৰৰ কণিষ্ঠ পুত্ৰ ধীৰেণ কোঁৱৰে ১৯৬৫ চনত প্ৰয়াত তুলসী ওজাৰ ওচৰত ঢোল বাদন শিক্ষা গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত খোল, পেঁপা, বাঁহী আদি সকলো লোকবাদ্য বজোৱাত পাৰ্গত হৈ  অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও আন ৰাজ্যতো ঢোল বাদন প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছিল ওজা ধীৰেণ কোঁৱৰে  এককালীল সহাৰ্যৰ বাদে লাভ কৰা নাই আন একো চৰকাৰী সহাৰ্য , আনকি কেইবাবাৰো আবেদন কৰাৰ…

Read More