Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজহাণ্ট এন ই, ডিব্ৰুগড়, ৪ এপ্রিল,২০২৪ : ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্রাপ্ত উত্তৰ-পূবৰ সম্পদ কেন্দ্রৰ উদ্যোগত নাকৰ দ্বাৰা ‘এ’ গ্রেড প্রাপ্ত, ৭৮ বছৰ গৰকা অসমৰ  ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত  হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ক ‘চেপ্টাৰ অৱ এক্সেলেঞ্চ’ হিচাপে ঘোষণা কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ৰাষ্ট্ৰসংঘই গ্রহণ কৰা এই পদক্ষেপসমূহক কার্যকৰী কৰাৰ ক্ষেত্রত মহাবিদ্যালয়খনে পালন কৰা গুৰত্বপূৰ্ণ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনক এনে সম্মান দিয়া হৈছে বুলি জানিব পৰা গৈছে। কানৈ মহাবিদ্যালয়ত অহা ৬ এপ্রিলত অনুষ্ঠিতব্য এখন  সভাত  ৰাষ্ট্ৰসংঘৰ অনুমোদন প্রাপ্ত ইউনেস্ক’ এছ’চিয়েচনৰ সম্পাদক প্রধান, ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূবৰ সম্পদ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক, ৰাষ্ট্ৰসংঘৰ অধ্যয়ন প্ৰতিষ্ঠানৰ আঞ্চলিক সম্পাদক, ইউনাইটেড নেচনচ এছচিয়েচনৰ অসমৰ সম্পাদক ড০ অশ্বিনী শর্মাই মহাবিদ্যালয়খনক “চেপ্টাৰ অৱ এক্সেলেঞ্চ”ৰ প্রমাণ…

Read More

নিউজডেক্স,৪এপ্ৰিল,২০২৪ : আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে  অসমক মাতৃভূমি বুলি ভবা লোকসকলে কৌশলী -দূৰদৰ্শীতাতাৰে জটিল বাস্তৱৰ কঠিনতাক সংবিধান সন্মতভাবে  মোকাবিলা কৰাৰ ক্ষেত্ৰত  ঐক্যবদ্ধতাৰে সুচিন্তিত ৰূপত আগনাবাঢ়িলে অসমৰ বিদেশী সমস্যাৰ সমাধান অসম্ভৱ৷ আমাৰ কৰ্মবিমুখিতাৰ কাৰণেই অন্য স্থানৰ লোক আহি নিৰ্মাণক্ষেত্ৰকে ধৰি  আন বিভিন্ন ক্ষেত্ৰত টিঘিলঘিলাই আছে৷ থলুৱা অসমীয়াৰ কৰ্মবিমুখীতাৰ বাবেই আজি নৱগ্ৰহ শ্মশান পুনৰ্নিমাণৰ কামটো  মিঞা সম্প্ৰদায়ৰ শ্ৰমিকে কাম কৰিবলগীয়া হৈছে৷

Read More

নিউজডেক্স,৪এপ্ৰিল,২০২৪: নিউজহাণ্ট এন ইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে আজিকালি বিভিন্ন কাৰণত চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ প্ৰতি ৰাইজৰ আস্থা কমিছে৷ এতিয়া উচ্চ হাৰৰ নম্বৰৰ  ভিত্তিত মেধাৱী লোকক শিক্ষক ৰূপে নিয়োগ কৰা হয় যদিও দায়বদ্ধতাৰ অভাৱৰ বাবে সেই অনুপাতে শিক্ষানুষ্ঠান সমূহৰ ফলাফল ভাল নহয়৷ গুণগত অৱক্ষয়ৰ বাবেই এতিয়া বেছিভাগ শিক্ষক-অধ্যাপকে নিজৰ ল’ৰা ছোৱালীক তেখেতে নিজে কাম কৰা শিক্ষানুষ্ঠান খনত পঢ়োৱাব নিবিচাৰে ৷আনহাতে সপোন দেখুওৱাৰ ক্ষেত্ৰত আমাৰ সমাজখন নিৰ্লিপ্ত আৰু দায়িত্বহীন হোৱা পৰিলক্ষিত হৈছে৷কেৱল শ্ল’গানৰ দ্বাৰা জাতি ৰক্ষা কৰিব নোৱাৰি৷ সততাৰ দ্বাৰা ত্যাগৰ মনোবৃত্তিৰে সমাজখনৰ জটিল জনবিন্যাসক একত্ৰিত কৰি এখন সমৃদ্ধ অসম গঢ়াৰ কাৰণে আমি সকলো…

Read More

Newsdesk,4April,2024 : A life-size statue of Communist veteran, thinker, educationist and social activist Awani Borthakur was unveiled by Sahitya Akademi Award-winning author Harekrishna Deka in the presence of senior journalist Haidar Hussain and other guests on the Nazira College campus on Wednesday. Incidentally, Awani Borthakur was a founder principal of Nazira College.      Addressing the function held on the occasion at Nazira College auditorium, Deka praised Awani Borthakur as a thinker, historian, and a man of many talents. He said that Borthakur worked all his life for the welfare of society but never wanted anything in return.    …

Read More

নিউজডেক্স,৪এপ্ৰিল,২০২৪ : দেশত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি সন্দৰ্ভত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে বৰ্তমান দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ বাহিৰত৷৪০০ টকাৰ চিলেণ্ডাৰৰ দাম এতিয়া ১২০০ টকা হ’ল৷ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ অসমৰ ধাৰৰ পৰিমাণ আছিল ৪৩ হাজাৰ কোটি টকা, কিন্তু ২০১৬ চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনত পাঁচ বছৰত ধাৰ ল’লে ৪৮ হাজাৰ কোটি টকা আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ আঢ়ৈ বছৰতে ঋণ লৈছে ৫০ হাজাৰ কোটি টকাৰ৷ এই পইচাবোৰ ক’ত হেৰাই গৈছে ?

Read More

न्यूज़ हन्ट डेस्क- 03मार्च : 1981 सन की 16दिसंबर को प्रतिष्ठित नाजिरा काँलेज के प्रतिष्ठापक अध्यक्ष, विशिष्ट शिक्षाविद् अवनी बरठाकुर के प्रति सम्मान तथा कृतज्ञता स्वरुप काँलेज प्रांगण में निर्मित उनकी प्रतिमूर्ति का आज साहित्य अकादमी पुरस्कार से सम्मानित विशिष्ट साहित्यिक,लेखक एवं राज्य के पूर्व डीजीपी हरेकृष्ण डेका ने अनावरण किया। इस अवसर पर आयोजित अनावरण समारोह में विशिष्ट अतिथि के रुप में वरिष्ठ पत्रकार तथा लेखक हैदर हुसैन ने अपने संबोधन में समाज एवं बौद्धिक जगत के पथ प्रदर्शक अवनी बरठाकुर की प्रतिमूर्ति स्थापना किए जाने के लिए नाजिरा काँलेज परिवार से जुड़े सभी लोगों के साथ ही नाजिरा…

Read More

নিউজডেক্স, ৩ এপ্ৰিল,২০২৪ :  ১৯৮১ চনৰ ১৬ ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা প্ৰাক্তন অধ্যক্ষ ,বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে মহাবিদ্যালয় খনৰ চৌহদত নিৰ্মাণ কৰা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ আজি পুৱা ১১-৩০ বজাত শুভ উন্মোচন কৰে সাহিত্য একাডেমিৰ বঁটা প্ৰাপক বিশিষ্ট কবি,সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত  মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ মুবিদুল ইছলামৰ সভাপতিত্বত অনুষ্টিত হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক,লেখক হাইদৰ হুছেইন ৷ শিক্ষাবিদ প্ৰভাত বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, যুৱনেতা কনক গগৈকে ধৰি ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্টিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে…

Read More

নিউজডেক্স,১এপ্ৰিল,২০২৪ :  আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ-মিত্ৰযোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত  আজি শিৱসাগৰৰ বিভিন্ন অঞ্চলত দেখা পোৱা গ’ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক। শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত ১৪খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰিৰ লগতে তেওঁৰ সৈতে ৰাইজৰ চেলফি তোলাৰ আগ্ৰহ দেখি আহ্লাদিত হোৱা বুলি কয় গৌৰৱ গগৈয়ে।  “আজি মই চিলফি ডে উদযাপনৰ বাবে আপোনালোকৰ মাজলৈ আহিছো”— গৌৰৱ গগৈ :   শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কংগ্ৰেছ মিত্ৰযোটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে…

Read More

न्यूज़ हन्ट -डेस्क 31मार्च: आगामी लोकसभा चुनावों के ठीक पहले आज नाजिरा में क्षेत्रीय दल तथा राज्य सरकार की भागीदार असम गण परिषद ने नाजिरा विधानसभा क्षेत्र से संबंधित अपने दल की ओर से बूथ सम्मेलन आयोजित किया। लगभग तीन हजार पार्टी कार्यकर्ताओं ने इस में भाग लिया। नाजिरा स्थित एमसी क्लब में आयोजित कार्यक्रम में पार्टी के विधायक प्रदीप हजारिका तथा भवेन्द्र नाथ भराली,दल के उपाध्यक्ष तुलसी गोगोई,बोलू कुर्मी, सचिव नुरुल सुल्तान, शिवसागर जिला सचिव नित्या कलिता, चराईदेव जिला अध्यक्ष नारायण लाहन, पार्टी की महिला परिषद् की केंद्रीय समिति की सदस्य कुंज गोगोई,असम गण परिषद नाजिरा विधानसभा क्षेत्र के…

Read More

নিউজডেক্স, ৩১ মাৰ্চ ,২০২৪ : শাসনাধিষ্ঠিত বি জে পি মিত্ৰযোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ এক বুথ সন্মিলন নাজিৰাৰ এম চি ক্লাৱত আজি পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত  বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভৰালী,দলৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলো কুৰ্মী, সাধাৰণ সম্পাদক নুৰুল চুলতান,জিলা সম্পাদক নিত্যা কলিতা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন,মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা কুঞ্জ গগৈ,অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত,যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা,যুৱ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি পংকজ মহন্ত,মহিলা পৰিষদৰ নাজিৰাৰ সভাপতি অমিয়া গগৈকে ধৰি দলৰ বহু বিষয়ববীয়া…

Read More