Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
আজি এদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী সন্মিলন অনুষ্ঠিত কৰা হৈছে
নিউজডেক্স,৩০ মাৰ্চ,২০২৪ : অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি হাঁহচৰা লাটুম গাঁৱত আহি উপস্থিত হৈছে লাটুম বৰুৱাৰ বংশধৰ সকল। দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হৈছে লাটুম বৰুৱাৰ বংশাৱলীৰ কাৰ্যক্ৰম। লাটুম গাঁৱৰ মধ্য স্থলত মূল মণ্ডপৰ লগতে ঐতিহাসিক কাঠবৰুৱা পুখুৰী পাৰত টাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলী অনুষ্ঠিত হৈছে।ধেমাজি,নামতি,মিছাজান,সাপেখাতী ইত্যাদি অঞ্চলত বাস কৰা লাটুম বৰুৱা বংশৰ সহস্ৰাধিক লোক আহি সমবেত হৈছে এই অনুষ্ঠানত।টাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্-খা-খুনসকলৰ মাজতেই অংকুৰিত হৈছিল লাটুমৰ তেজ।দেশ জাতিৰ দুৰ্দিনত টাই আহোমৰ বহু সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল।শৰাইঘাট যুদ্ধৰ পালি…
Shiva Gogoi Nazira, 25 March, 2024: Year-long celebrations of the birth centenary of Jnanpith Award-winning author Dr Birendra Kumar Bhattacharyya are under way in Sivasagar district, with various programmes being organised to make the student community aware of the life and achievements of the literary luminary. The organisers have already conducted a series of lectures on the celebrated author at various colleges of the district. A host of other programmes have been lined up to mark the birth centenary of Bhattacharyya, who was one of the doyens of modern Assamese literature. The Dr Birendra…
নিউজডেক্স,২৩ মাৰ্চ,২০২৪ : আজি দিনযোৰা কাৰ্যসূচীৰে নাজিৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ কৰ্মী সকলৰ সহযোগত নাজিৰাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰা পৰিলক্ষিত হয়৷। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত গৌৰৱ গগৈয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা দেখা যায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমলোচনা কৰি গৌৰৱ গগৈয়ে কয় যে ডাবল ইঞ্জিনৰ চৰকাৰখন মনোযোগ ব্যৱস্থাপনা আৰু ইভেণ্ট মেনেজমেণ্টতে ব্যস্ত। অসমৰ ৰাইজে জানিব বিচাৰে কেতিয়া জনতাই ভাল ৰাস্তা পাব? চাহ বাগিচাৰ শ্ৰমিকে কেতিয়া পাব উচিত মজুৰি? চৰকাৰী বিদ্যালয়ত গুণগত…
न्यूज़ हन्ट डेस्क -23मार्च :आगामी लोकसभा चुनावों में जोरहाट संसदीय सीट से कांग्रेस के घोषित उम्मीदवार गौरव गोगोई ने आज संसदीय सीट के अधीन नाजिर के की इलाकों में चुनावी प्रचार चलाया। इस दौरान उनके साथ नाजिरा के विधायक तथा नेता प्रतिपक्ष देवव्रत सैकिया भी थे । श्री गोगोई ने मेसागढ़ स्थित श्री माधव मंदिर में पूजा अर्चना के बाद अपनी चुनावी सभा मादुरी से शुरु की। उन्होंने केंद्र एवं राज्य में डबल इंजन की सरकार पर लोकतांत्रिक व्यवस्था का गला घोंटने का आरोप लगाते हुए राज्य में बेरोज़गारी, चाय श्रमिकों की मजूरी बढ़ाये जाने,भू कटाव जैसे मुद्दों पर भी…
“কা“ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ৩ সপ্তাহৰ ভিতৰত আবেদনৰ উত্তৰ দিবলৈ কয় :প্ৰদান নকৰিলে স্তগিতাদেশ: পৰৱৰ্তী শুনানী ৯ এপ্ৰিলত
নিউজডেক্স,১৯ মাৰ্চ,২০২৪ :আজি বিয়লি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন , বা “কা” ৰূপায়ণ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে যোৱা সপ্তাহত অধিসূচনা কৰা আইনখনক প্ৰত্যাহ্বান জনোৱা ২৩৭খন আবেদনৰ উত্তৰ দিবলৈ আদালতে কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ অৰ্থাৎ অহা ৮ এপ্ৰিলৰ সময় দিছে ৷ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই চৰকাৰৰ হৈ কৈছিল, “মই কোনো বক্তব্য দিয়া নাই”।প্ৰথমে মেহতাই আবেদনসমূহৰ উত্তৰ দিবলৈ চাৰি সপ্তাহৰ সময় বিচাৰিছিল।আদালতত তেওঁ কয়, “আমি ২৩৭খন আবেদনৰ বাবে গুণগত ভাবে বিশদ শপতনামা দাখিল কৰিব লাগিব । ইতিমধ্যে ২০খন অন্তৱৰ্তীকালীন আবেদন দাখিল কৰা হৈছে আৰু বহুতো আবেদন আহি আছে। বাস্তৱিকতে আমাক চাৰি সপ্তাহৰ প্ৰয়োজন।” ছলিচিটৰ জেনেৰেলৰ দাবী CAA ই কাৰো…
নিউজডেক্স,১৯ মাৰ্চ,২০২৪: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দেশত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯৬.৮ কোটি। ইয়াৰ পূৰ্বে ২০১৯ চনত দেশত ভোটাৰৰ সংখ্যা আছিল ৮৯ কোটি ৭৮ লাখ।এইবাৰ মুঠ ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৪৭.১ কোটি, পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৭ কোটি আৰু প্ৰায় ৪৮ হাজাৰ তৃতীয় লিংগৰ ভোটাৰ। একে সময়তে প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা হ’ল ১.৮২ কোটি। নিৰ্বাচন আয়োগে ভোটাৰৰ বাবে এইবাৰবিশেষ প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ সমগ্ৰ দেশত ১.৪৮ লাখ ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব আৰু এই সকলোবোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা থাকিব।ইয়াৰ উপৰিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ বাবে ৫৫ লাখ ইভিএম (ইলেক্ট্ৰনিক ভোটিং…
চৰাইদেউ জিলা চাৰিসীমা লৈ বিতৰ্ক : মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ভোট বৰ্জনৰো হুংকাৰ
নিউজডেক্স,১৭ মাৰ্চ,২০২৪ : চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে । যোৱা ১২ মাৰ্চ তাৰিখে মাহমৰাৰ গৰৈমাৰীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলা সীমা নিদ্ধাৰণ দাবী সমিতিৰে হোৱা আলোচনা মৰ্মে মুখমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই তিনিদিনৰ ভিতৰত চৰাইদেউৰ জিলা আয়ুক্তক চাৰিসীমা সম্পৰ্কত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু বিশেষ সূত্ৰে জানিব পৰা মতে উপায়ুক্তৰ প্ৰতিবেদনত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হলৌফুকন…
নিউজডেক্স,১৬ মাৰ্চ,২০২৪ :নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে আজি কয় যে অহা ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন, ৪ জুনত হ’ব গণনা ৷ ভাৰতত ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত ভোটদান আৰম্ভ হ’ব বুলি আজি সংবাদমেলত ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ৪ জুনত ভোট গণনাৰ অন্ত পৰিব।প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয়টো ২৬ এপ্ৰিলত,৭ মে’ত তৃতীয় পৰ্যায়, ১৩ মে’ত চতুৰ্থ পৰ্যায়, ২০ মে’ত পঞ্চম পৰ্যায়, ২৫ মে’ত ষষ্ঠ পৰ্যায় আৰু ১ জুনত সপ্তম পৰ্যায়ত ভোটদানৰ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।কুমাৰে কয় যে এইবাৰ মুঠ ভোটদাতাৰ পৰিমাণহ’ল ৯৬.৮ কোটি, ইয়াৰ ভিতৰত ৪৯.৭ কোটি লোক পুৰুষ, ৪৭.১ কোটি মহিলা, ৪৮,০০০…
নিউজডেক্স,১৪ মাৰ্চ,২০২৪ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন এক সমিতিয়ে আজি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে৷ বৃহস্পতিবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেৰে গঠিত এখন বাছনি সমিতিৰ বৈঠকত এই নাম দুটা চূড়ান্ত কৰা হয়। এতিয়া শীঘ্ৰেই নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই কথা প্ৰকাশ কৰিছে—“ৰাষ্ট্ৰপতিয়ে শ্ৰী জ্ঞানেশ কুমাৰ, আই এ এছ (অৱসৰপ্ৰাপ্ত) আৰু ড০ সুখবীৰ সিং সন্ধু, আই এ এছ (অৱসৰপ্ৰাপ্ত)ক ভাৰতৰ নিৰ্বাচন আয়োগত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দি তেওঁলোকৰ কাৰ্যালয়ৰ…
গুজৰাটৰ মৰ্বিত “কা”ৰ অধীনত প্ৰথম ভাৰতীয় নাগৰিকত্ব প্ৰদান ১৩ জন পাকিস্তানী হিন্দু শৰণাৰ্থীক
নিউজডেক্স,১৪ মাৰ্চ,২০২৪ : যোৱা ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত আজি গুজৰাটৰ মৰ্বিত থকা ১৩ জন পাকিস্তানী হিন্দু শৰণাৰ্থীক প্ৰথম ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়।এই উপলক্ষে আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত স্থানীয় বিধায়ক কান্তি অমৃতিয়াৰো উপস্থিত থাকে ৷ মৰ্বিত দীৰ্ঘদিন ধৰি ১০৯৫ জন পাকিস্তানী শৰণাৰ্থীৰ বসবাস কৰি আছে। ইয়াৰে ৯৫ জনেই ইতিমধ্যে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে আৰু বাকী শৰণাৰ্থীসকলে নিৰ্দিষ্ট নিয়ম মানি পৰৱৰ্তী সময়ত নাগৰিকত্ব লাভ কৰাৰ আশা আছে।২০২১ চনৰ ২৮ মে’ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাৰ অধীনত মৰবি, ৰাজকোট, পাতন, আৰু বদোদৰাৰ জিলা আয়ুক্তসকলক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন,…

