Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,১৬ ডিচেম্বৰ,২০২৩ : জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ দেহাৱসান। ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। যকৃত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এপল’ চিকিৎসালয়ত আজি নিশা ৮ -৪১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা জনে৷ ৰাজ্যৰ মঞ্চ-ছবি জগতৰ অন্যতম বলিষ্ঠ অভিনেতা জয়ন্ত দাস  বিয়োগৰ খৱৰে ব্যথিত কৰিছে। অনন্য অভিনয়েৰে আমাৰ অভিনয় জগতখনক অতুল্য মাত্ৰা দি থৈ যোৱা বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীকে ধৰি আন বহুলোকে গভীৰ শোক ৱ্যক্ত কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

Read More

নিউজডেক্স, ১০ ডিচেম্বৰ, ২০২৩ :আজি  ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আসাম, নৰ্থ ইষ্ট ইণ্ডিয়া আৰু জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব মানৱাধিকাৰ দিৱস উদযাপন কৰা হয়।   উক্ত দিৱসৰ লগত সংগতি ৰাখি , ” মানৱাধিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল” শীৰ্ষক এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। আলোচনা পন্থী, আলফাৰ উপ-সভাপতি প্ৰদীপ গগৈ, এল খংচাই, সভাপতি,অসম কুকি ৱেলফেয়াৰ ছচাইটি, এন জি সাংহল সিনহা ,  সভাপতি, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা, চিন্তাবিদ  মৃণাল গোঁহাই,  মেইচানাম ভগত সিনহা,মানৱ অধিকাৰ কৰ্মী পাওটিনলেন চঙলুই,ডক্তৰ চেহনাজ আহমদ, জাতিয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ  বৈশ্য ইত্যাদি লোকে উক্ত আলোচনাত অ্ংশ গ্ৰহণ কৰে৷ আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা…

Read More

নিউজডেক্স, ৩ ডিচেম্বৰ,২০২৩ : “আমি বিশ্ববাসীৰ মাজত স্বীকৃতি পাবলৈ হ’লে এটা চহকী ভাষা আৰু সাহিত্য সংস্কৃতিৰে পৰিচিত হ’ব লাগিব ৷বিশ্বক জনাব পৰা সাহিত্য সৃষ্টি হ’ব লাগিব ৷এতিয়াৰ প্ৰজন্মৰ সাহিত্য সাধনাত ব্যস্ত থকা সকলে একনিষ্ঠ নীৰৱ সাধনাৰে ভাষা সাহিত্যক আগবঢ়াই লৈ যোৱাত গুৰুত্ব দিব লাগিব ”—ধিতাইপুখুৰীত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালনী অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড°সূৰ্যকান্ত হাজৰিকাই ৷ভাষণ প্ৰসংগত তেখেতে অসম সাহিত্য সভাৰ বহু কৰণীয় আছে যিবোৰ এতিয়াও কৰিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে সাহিত্য সভাৰ গতিবিধি বহুলোকে লক্ষ্য কৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷উল্লেখযোগ্য যে…

Read More

নিউজডেক্স,২ ডিচেম্বৰ,২০২৩ : আজি অসম দিৱস।বৰ অসম গঢ়োতা, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেঁটি গঢ়োতা মহান স্বৰ্গদেউ গৰাকীৰ স্মৃতিত আজি পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস।  টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ অতিথ্যত  টিংখাঙৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰা হৈছে।  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । কাৰ্য্যসূচীৰ  লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ  বচা বচা উদ্যোগী সকলক লৈ আধুনিক অসম – আত্মনিৰ্ভৰশীল অসম এই বিষয়ৰ উপৰত এক প্ৰদৰ্শনী মেলাৰ…

Read More

নিউজডেক্স,৩০ নবেম্বৰ,২০২৩ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ বৃহৎ ৰণনীতিৰ পৰিকল্পনাৰে আজিৰ পৰা দুদিনীয়াকৈ  ডিব্ৰুগড়ত বিৰোধী INDIAৰ গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক আৰু জনসভা।আজি বিৰোধী ঐক্য মঞ্চ INDIA ৰ প্ৰথমখন ৰুদ্ধদ্বাৰ বৈঠক  অনুষ্ঠিত হৈছে । এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।এই বৈঠকেত INDIA ৰ লোকসভা নির্বাচনৰ ৰণনীতি, প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্ধাৰণৰ দৰে গুৰুত্বপূর্ণ বিষয় আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তদুপৰি ঐক্য মঞ্চৰ আভ্যন্তৰীন বিষয়, নিৰ্বাচনী ইচ্ছ্যু আদিয়ে গুৰুত্ব পাব। উল্লেখ্য যে ১৫ টা দলৰ নেতাই এই বৈঠকত অংশ গ্ৰহণ কৰি সমূহীয়াকৈ ৰণনীতি তৈয়াৰ কৰিব।এই দুই সভাক লৈ ইতিমধ্যে AICCৰ সম্পাদক পৃথ্বীৰাজ চাথেই ডিব্ৰুগড়ত বাহৰ পাতি  সকলো তদাৰক কৰা লগতে অসম জাতীয় পৰিষদৰ…

Read More

Newsdesk, 4 November, 2023: “Driven by Prime Minister Narendra Modi’s commitment to the North-east, the government and public enterprises like ONGC are working to improve lives in the region. ONGC’s Siu-Ka-Pha Hospital, with its state-of-the-art infrastructure, will    enhance healthcare not only in Upper Assam but also in North-eastern India,” said Union Minister for Petroleum and Natural Gas, and Housing and Urban Affairs Hardeep Singh Puri  while addressing the inaugural function of  the ONGC-supported multi-speciality hospital in Sivasagar on Saturday.Participating in the inaugural function, Union Minister of State for Petroleum and Natural Gas, and Labour and Employment Rameswar Teli said,…

Read More

নিউজ ডেক্স,  ১ নবেম্বৰ,২০২৩ : পৌৰকৰ বৃদ্ধিৰে সাধাৰণ নাগৰিকৰ মূৰত কঠাল ভঙা নাজিৰা পৌৰসভাৰ পৃষ্ঠপোষকতাতে এইবাৰ লেচীয়ে নীতি নিয়মক ভৰিৰে মোহাৰি নিজেই ৰচিদ বহী ছপা কৰি  ইচ্ছামতে নগৰখনত যান বাহনৰ পৰা অতিৰিক্তভাৱে ধন সংগ্ৰহ কৰি আছে যদিও ৰহস্যজনকভাৱে পৌৰ প্ৰশাসনে এইক্ষেত্ৰত  চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে নাজিৰা নগৰত  পাৰ্কিং কৰ সংগ্ৰহৰ বাবে  বিতুল দাস নামৰ লেচীজনে যোৱা এপ্ৰিল মাহতে দায়িত্ব লোৱাৰ পিছত জনৈক ৰবি চাহু নামৰ যুৱকজনে বিতুল দাসৰ নামত নগৰখনৰ বিভিন্ন পাৰ্কিং স্থানত যান বাহনৰ পৰা পাৰ্কিং কৰ সংগ্ৰহ কৰি আছে যদিও তেও পৌৰসভাৰ নিৰ্দ্ধাৰিত দৰতকৈ বহু বেছি মূল্যত যান বাহনৰ পৰা কৰ সংগ্ৰহৰ…

Read More

নিউজ ডেক্স, ১৬ অক্টোবৰ,২০২৩ :মুম্বাইত অনুষ্ঠিত হোৱা অধিবেশনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ১৯৯০ চনত মেগা স্প’ৰ্টছ ইভেণ্টৰ পৰা বাদ পৰাৰ পিছত ২০২৮ চনৰ লছ এঞ্জেলছৰ খেলত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে।১৬ অক্টোবৰত অনুষ্ঠিত এক সংবাদমেলত আই অ’ চিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট (টি২০), বেছবল, ফ্লেগ ফুটবল, লেক্ৰছ (ছয়) আৰু স্কোয়াছক নতুন খেল হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে আনুষ্ঠানিক অনুমোদন জনায়। আই অ’ চিৰ সভাপতি থমাছ বাচে কয় যে আই অ’ চিৰ দুজন সদস্যই ইয়াৰ বিৰোধিতা কৰিছিল আৰু এজনে ভোটদানৰ পৰা বিৰত আছিল।”অলিম্পিক গেমছ লছ এঞ্জেলছ ২০২৮ ( @LA28)ৰ আয়োজক সমিতিৰ পৰা এই কাৰ্যসূচীত পাঁচটা নতুন ক্ৰীড়া অন্তৰ্ভুক্ত…

Read More

নিউজ ডেক্স, ১২ অক্টোবৰ,২০২৩ :গ্ল’বেল হাংগাৰ ইনডেক্স-২০২৩ত ভাৰতে ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান লাভ কৰিছে আৰু দেশখনৰ সৰ্বাধিক শিশু অপচয়ৰ হাৰ ১৮.৭ শতাংশ বুলি  প্ৰকাশ পাইছে ৷ গ্ল’বেল হাংগাৰ ইনডেক্স (GHI) হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষুধাক ব্যাপকভাৱে জোখা আৰু অনুসৰণ কৰা এক আহিলা।গ্ল’বেল হাংগাৰ ইনডেক্স-২০২৩ত ২৮.৭ নম্বৰ লাভ কৰা ভাৰতত ক্ষুধাৰ এনে এক মাত্ৰা গুৰুতৰ বুলি সূচকাংকৰ ভিত্তিত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে।ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান (১০২তম), বাংলাদেশ (৮১তম), নেপাল (৬৯তম) আৰু শ্ৰীলংকা (৬০তম)ৰ এই সূচকাংকত ভাৰতৰ তুলনাত ভাল ফলাফল পোৱা গৈছে।এই তালিকাত দক্ষিণ এছিয়া আৰু আফ্ৰিকা চাহাৰাৰ দক্ষিণাঞ্চল বিশ্বৰ  ভিতৰতে সৰ্বাধিক ক্ষুধাৰ মাত্ৰা থকা অঞ্চল ৰূপে চিহ্নিত…

Read More

নিউজ ডেক্স, ১২ অক্টোবৰ,২০২৩: উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ বাণিজ্যিক বাণিজ্য কেন্দ্ৰ গুৱাহাটীৰ ফেন্সি বজাৰ অঞ্চলৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অল ইণ্ডিয়া প্ৰফেচনেলছ কংগ্ৰেছ (এআইপিচি)ৰ, অসমৰ ৰাজ্যিক ইউনিটে। এআইপিচিয়ে এক প্ৰেছ বিবৃতিত কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ফেন্সি বজাৰৰ পুৰণি কাৰাগাৰ কমপ্লেক্সৰ ভিতৰৰ ৩২ বিঘা বাণিজ্যিক ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ সিদ্ধান্তই বহু বিতৰ্কৰ সৃষ্টি কৰিছে। উল্লেখ্য  যে২০২৩ চনৰ ১ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে উদ্ভিদ উদ্যানখন। এআইপিচিৰ অসম শাখাৰ  সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৌৰৱ সোমানীয়ে কয় যে উদ্ভিদ উদ্যানৰ ধাৰণাটো নিঃসন্দেহে প্ৰশংসনীয় যদিও উন্নয়নৰ বাবে বাছি লোৱা স্থানে বাণিজ্যিক বজাৰৰ মূল্য আৰু সামগ্ৰিক গুৰুত্বৰ প্ৰতি যথেষ্ট…

Read More