Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ১৮ এপ্ৰিল ২০২৩ : অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ মঙলবাৰে পুৱা দেহাৱসান ঘটে। ২০০৩-০৮লৈ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা অজয় সিঙে আলফাৰ বিৰুদ্ধে ‘অপাৰেচন ৰাইনো’ৰো নেতৃত্ব দিছিল ।১৯৩৪ চনৰ ২০ নৱেম্বৰত ৰাজস্থানত জন্মগ্ৰহণ কৰা সিঙে মেয়ো কলেজ আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৷১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত সক্ৰিয় ভূমিকা পালন কৰি অদম্য সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়া লেফটেনেন্ট জেনেৰেল অজয় সিঙ উত্তৰ-পূব পৰিষদৰো অধ্যক্ষ আছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷
নিউজ ডেক্স,১২ এপ্ৰিল,২০২৩ :আজি পুৱা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত পথ দুৰ্ঘটনাত চিটী বাছৰ খুন্দাত থিতাতে মৃত্যু হয় সংবাদকৰ্মী মুস্তাক আলমৰ৷বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে বেলতলাৰ পৰা দিছপুৰ অভিমুখী চিটী বাছে মহতিয়াই নিয়ে সংবাদকৰ্মীজনক। যাৰ ফলত থিতাতে মৃত্যু হয় তেওঁৰ। গুৱাহাটীৰ TIME 8 নামৰ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।
নিউজ ডেক্স, ১০ এপ্ৰিল,২০২৩ : আজি নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নাজিৰাত বাহিৰ কৰা হাত ছে হাত জোড়ো যাত্ৰা আৰু জয় ভাৰত সত্যাগ্ৰহ , পথসভাত অংশ লৈ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , সাম্প্ৰতিক দেশৰ অৰ্থনৈতিক সংকটৰ ছবি স্পষ্ট হৈ পৰিছে , যুৱ সমাজৰ কৰ্ম সংস্থাপনহীনতা , সহ্যাতীত মূল্যবৃদ্ধি , কৃষি খণ্ডৰ ভয়ংকৰ দুৰ্দশাগ্ৰস্ত অৱস্থা আৰু দেশৰ সম্পদৰাজিৰ ওপৰত কৰ্পৰেট গোষ্ঠীৰ আগ্ৰাসী দখল অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাহুল গান্ধীক বিজেপি চৰকাৰে অন্যায় ভাৱে জেললৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে …
নিউজডেক্স, ১০ এপ্ৰিল, ২০২৩: বিশিষ্ট কমিউনিষ্ট নেতা, প্ৰাক্তন সাংসদ-বিধায়ক, ত্যাগবীৰ দ্ৰুপদ বৰগোহাঁইৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী অনুষ্ঠান সমাজকৰ্মী তথা চিপিআইৰ জেষ্ঠ নেতা চেনীৰাম বৰগোহাঁইৰ সভাপতিত্বত আজি ১০ এপ্ৰিলত শিৱসাগৰ জিলাৰ মাদুৰি লাইথেপেনা মৈদামৰ মুকলি সভাগৃহত অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বৰগোহাঁইৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে চেনীৰাম বৰগোহাঁইয়ে । দ্ৰুপদ বৰগোহাঁইৰ সহধৰ্মিনী অমিয়া বৰগোহাঁই আৰু উপস্থিত ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰে । ইয়াৰ পাছতে দ্ৰুপদ বৰগোহাঁইৰ জীৱন কৃতি তথা কমিউনিষ্ট পাৰ্টি আৰু ৰাজ্যখনলৈ তেখেতে আগবঢ়োৱা অৱদানৰ সম্পৰ্কে আলোকপাত কৰে চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱাই ৷ তেওঁলোকে সাম্প্ৰতিক সময়ত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত কমিউনিষ্ট পাৰ্টিৰ দ্বায়িত্ব অতি বেছি…
নিউজ ডেক্স, ৫ এপ্ৰিল,২০২৩ : সমগ্ৰ অসমৰ লগতে নাজিৰা নগৰতো অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি কৰা কাৰ্য্যৰ প্ৰতিবাদত বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা নাগৰিক সভাই যোৱা ৯ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী, নগৰ উন্নয়ন মন্ত্ৰী, নাজিৰাৰ মহকুমাধিপতি আৰু পৌৰ সভানেত্ৰীক পৌৰকৰ অস্বাভাৱিক বৃদ্ধি হ্ৰাস কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত আজি পুনৰ অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীৰে নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈনক স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰদান কৰা হয় ৷ উল্লেখ্য যে অসম চৰকাৰে ইতিমধ্যে একৰ পৰা পছিশ শতাংশলৈকে পৌৰকৰ বৃদ্ধিৰ বাবে পৌৰ কৰ্তৃপক্ষক অনুমতি প্ৰদান কৰাৰ পিছত অসমৰ বিভিন্ন স্থানৰ…
न्यूज डेस्क -3अप्रेल,2023 : भारत की अध्यक्षता में आयोजित जी -20की बैठक का द्वितीय चरण की बैठक आज गुवाहाटी में आयोजित हो रही है। पांच अप्रैल तक तीन दिवसीय इस कार्यक्रम में 19से भी अधिक देशों के जी -20 सदस्यों सहित,सात अतिथि देशों एवं पांच अंतरराष्ट्रीय संगठनों से जुड़े 72 प्रतिनिधि शामिल हो रहे हैं। इस बैठक में आयोजित होने वाले जिन मुद्दों पर चर्चा होनी है उनमें प्रमुख हैं वैश्विक स्तर पर योग्य परक व्यवधानों को दूर करना,आर्थिक एवं सामाजिक सुरक्षा, एवं सामाजिक सुरक्षा के लिए वित्तीय स्थिति का सम्यक निर्धारण किया जाना प्रस्तावित है।बैठक कै पहले दिन शिक्षा,…
Newsdesk, April 2, 2023: Expressing reservations about the process of disqualification of Rahul Gandhi as an MP, Nazira Block Congress Committee (NBCC) has alleged that BJP’s central leaders are maliciously trying to keep the Congress leader away from parliamentary democracy in view of the 2024 general elections. Addressing a press conference organised by NBCC at Nazira-based Rajiv Bhawan on Saturday, APCC member Abdur Rahman said that Rahul Gandhi has been disqualified from the Lok Sabha for “only a verbal criminal offence” whereas BJP leaders have committed bigger crimes. “The BJP is scared of Rahul Gandhi’s growing popularity following his Bharat…
নিউজ ডেক্স, ১ এপ্ৰিল,২০২৩ : বৰ্তমান ইচলাম সম্প্ৰদায়ৰ লোক সকলৰ মাজত চলি আছে পৱিত্ৰ ৰমজান মাহ। পৱিত্ৰ ৰমজান মাহৰ এই সময় খিনিত নিজৰ লগতে সমাজৰ মঙ্গলৰ বাবে ইছলাম সম্প্ৰদায়ৰ লোক সকলে পালন কৰে ৰোজা । তেওঁলোকে ৰোজা পালন কৰি দিনটোৰ শেষত সন্ধিয়া সকলো মিলি গ্ৰহণ কৰে ইফতাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মছ্জিদ সমূহৰ সমান্তৰালকৈ নাজিৰাৰ সদৰ মছ্জিদটো স্থানীয় সমূহ ইচলাম সম্প্ৰদায়ৰ লোক সকল লগ লাগি একে লগে কৰি আহিছে ইফতাৰ। তাৰে মাজতে যোৱা ৩১ মাৰ্চত নাজিৰাৰ জেষ্ঠ চিকিৎসক প্ৰদুৎ কোঁৱৰে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতীৰ এনাজৰী কটকটীয়া কৰাৰ মানসেৰে নাজিৰাৰ সদৰ মছজিদ প্ৰদান কৰিলে ইফতাৰ। নাজিৰা সদৰ মছ্জিদ প্ৰাংগণত ইচলাম সম্প্ৰদায়ৰ…
নিউজ ডেক্স, ৩১ মাৰ্চ, ২০২৩ : অহা এক এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি হ’ব বিদ্যুত্ ফিক্সড চাৰ্জ । এতিয়াৰে পৰা বিভিন্ন শ্ৰেণীৰ প্ৰতিজন বিদ্যুত্ গ্ৰাহকে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত মাচুল ১০ টাকাকৈ ভৰিব লাগিব। ৰাজহ বৃদ্ধিৰ স্বাৰ্থত এইবাৰ অসম বিদ্যুত্ নিয়ামক আয়োগে বৃদ্ধি কৰিছে প্রতি কিলোৱাট/ কেভিত বিদ্যুত্ মাচুলৰ ফিক্সড চার্জ। এতিয়াৰ পৰা ৰাজ্যৰ বিদ্যুত্ গ্ৰাহকে প্রতি মাহে প্রতি কিলোৱাট/ কেভিত ফিক্সড চার্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ দিব লাগিব ৷ অসম বিদ্যুত্ বিতৰণ কোম্পানীয়ে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত কৰা প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুত্ আয়োগে এই মাচুল বৃদ্ধিত অনুমোদন জনাইছে। বিদ্যুত্ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল…
নিউজ ডেক্স,২৬ মাৰ্চ,২০২৩: বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহায়ে।৭৫ কিলো শাখাত স্বৰ্ণ জয় কৰিলে লাভলীনাই। ২৬ মাৰ্চ অৰ্থাৎ দেওবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অলিম্পিক পদক বিজয়ী লভলিনা বৰগোহাঁয়ে বিশ্ব খিতাপ দখল কৰে। লাভলীনাই আজি ফাইনেল খেল খনত অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ মুখামুখি হয়। দুগৰাকী বক্সাৰে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে।প্ৰথম ৰাউণ্ডত লাভলীনাই সৰ্বোচ্চ পইণ্ট পাই আগবাঢ়িছিল যদিও দ্বিতীয় ৰাউণ্ডত পিছ পৰিব লগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ দ্বাৰা।কিন্তু অন্তিম তথা ফাইনেল ৰাউণ্ডত লাভলীনাই দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি স্বৰ্ণ পদক নিজৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে লাভলীনাই বিশ্ব মহিলা বক্সিংত দুবাৰকৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ…

