Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰী,২০৩৩ : আজি অৰ্থাৎ ২০ ফেব্ৰুৱাৰী,২০২৩ ৰ পৰা ৰাজ্যত আৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী ৷ ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে এই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অহা ২০ মাৰ্চত অন্ত পৰিব ।এইবাৰৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়াৰ লগতে বিগত বৰ্ষ সমূহৰ দৰে পৰীক্ষা কেন্দ্ৰত মোবাইল, ইলেকট্ৰনিক ঘড়ী, কেলকুলেটাৰ আদি সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰা…
নিউজ ডেক্স,২০ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : নাজিৰা মেচাগড়ৰৰ এগৰাকী বোৱাৰীৰ বিশেষ সফলতা ।ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ…
নিউজ ডেক্স, ২০ ফ্ৰেব্ৰুৱাৰী,২০২৩ : গিলেকী ৰঙাগড়াৰ ইনামূল হুছেইন ওৰফে বিটু নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে।যোৱা নিশা নাজিৰাৰ গেলেকী আৰক্ষী থানাৰ সমীপতে এখন ASO4-Z-8988 নম্বৰৰ TVS SCOOTY লৈ ড্ৰাগছ সহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ইনামূল হুছেইন নামৰ যুৱক জনক।লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অভিজিত কোঁৱৰ উপস্থিত হৈ আটক কৰে যুৱক জনক।ধৃত ইনামূল হুছেইনৰ পৰা 2.43 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সদৃশ দ্ৰব্য ,দুটা চাদা টেমা,দুটা খালী কনটেনাৰ, এটা মবাইল ফ’ন আৰু নগদ কিছু টকা উদ্বাৰ কৰা লগতে ASO4-Z-8988 নম্বৰৰ TVS SCOOTY খন জব্দ কৰে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে ধৃত যুৱক জনক গ্ৰেপ্তাৰ কৰা লগতে জেৰা…
নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : নাজিৰাৰ প্ৰদীপ চন্দ্ৰ গগৈ নামৰ এজন চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ আনিছে আশাৰ বতৰা। চেপন চূণপুৰা পথত অৱস্থিত গগৈ চেম্বাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰদীপ চন্দ্ৰ গগৈয়ে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীক সম্পূৰ্ণৰূপে ৰোগ মুক্ত কৰি সুস্থ কৰি তুলিছে বুলি আৰোগ্য হোৱা ব্যক্তি সকলে জানিবলৈ দিয়ে। বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা লগতে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি অহা চিকিৎসক প্ৰদীপ গগৈৰ ঘৰ নাজিৰাৰ গড়গাঁৱত । দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভোগি থকা লক্ষিমপুৰৰ বিহপুৰীয়াৰ এজন ব্যক্তিয়ে চিকিৎসক প্ৰদিপ চন্দ্ৰ গগৈৰ চেম্বাৰত চিকিৎসা কৰি সম্পূৰ্ণ ৰূপে সুস্থ সৈ উঠিছে বুলি জানিবলৈ…
নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰৰ পানবেচাৰ খন্দকাৰ পীৰ চাহেবৰ দৰগাহত ১৯ ফ্ৰেব্ৰুৱাৰীত দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সমূহীয়া দোৱা আৰু ৰাজহুুৱা সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে দৰগাহ চৌহদত জাতি ধৰ্ম নিৰ্বিশেষে বহু লোকৰ সমাগম ঘটাৰ লগতে ৰাজহুৱা সভাত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সমাজকৰ্মী সৌৰভ চলিহা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, জেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াকে ধৰি বহু লোক উপস্থিত থাকে৷ উক্ত ৰাজহুৱা সভাত কবি প্ৰেম গগৈয়ে অসমৰ হিন্দু মুচলমানৰ ঐতিহাসিক সমণ্বয় আৰু সম্প্ৰীতিৰ ওপৰত এক সাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে একতাৰ এনাজৰীডাল কটকটীয়া কৰিবৰ বাবে আহ্বান জনায়৷
केंद्रीय मंत्री एवं राज्य के पूर्व मुख्यमंत्री सर्वानंद सोनोवाल पहुंचे नाजिरा-नागालेंड में भाजपा गठबंधन की सरकार बनने का किया दावा
न्यूज डेस्क -18फरवरी2023 : नागालैंड के चुनाव प्रचार में जुटे केंद्रीय जहाजरानी एवं आयूष मंत्री सर्वानंद सोनोवाल शुक्रवार को शिवसागर जिले के नाजिरा पहुंचे। इस दौरान उन्होंने पत्रकारों को संबोधित करते हुए कहा कि नागालेंड विधानसभा चुनावो में भाजपा गठबंधन पूर्ण बहुमत के साथ अपनी सरकार बनाएगा। उन्होंने कहा कि एनडीपीपी की सरकार के दौरान नागालैंड के हर क्षेत्र में विकास कार्य जिस तेजी से हुआ है वह वहां की जनता अनुभव कर रही है। प्रधानमंत्री नरेन्द्र मोदी ने पूर्वोत्तर राज्यों के विकास कार्यों में व्यक्तिगत रूप से रुचि दिखाते हुए विगत समय में 56बार पूर्वोत्तर राज्यों का दौरा किया,…
নিউজ ডেক্স, ১৭ ফ্ৰেব্ৰুৱাৰী ২০২৩ : পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ৫ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে মহাশিৱৰাত্ৰি৷ আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ’লমুখ চাৰিআলিত আনুষ্ঠানিক ভাবে শিৱৰাত্ৰিমেলা উদ্ধোধন কৰাৰ পিছত ১৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱাৰ পৰাই শিৱদ’লত শিৱপূজা আৰম্ভ হব৷ শিৱৰাত্ৰিক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ৷ শিৱমেলাৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা শতাধিক ব্যৱসায়ীৰ আগমণ ঘটাৰ লগতে শিৱৰাত্ৰি অংশ গ্ৰহণৰ বাবে বহু সংখ্যক সাধু সন্যাসী আৰু পৰ্যটক শিৱসাগৰত উপস্থিত হোৱা দেখা গৈছে৷ ২১ নবেম্বৰত খাতনামা শিল্পী অনুৰাধা পাড়োৱালে “সত্যম শিৱম সুন্দৰম” শীৰ্ষক সংগীতানুষ্ঠানত ভাগ লব৷
গুৱাহাটীত বন্য জীৱ – জন্ত্তৰ সুৰক্ষা আৰু আবাস স্থলৰ ৰক্ষণাবেক্ষণ সন্দৰ্ভত আয়োজিত কৰ্মশালাত অংশগ্ৰহণ দেশৰ ৩২ জন সাংবাদিকৰ
নিউজ ডেক্স, ১৭ ফেব্ৰুৱাৰী,২০২৩ : ৱাইল্ডলাইফ কনজাৰভেচন ছ’চাইটি অৱ ইণ্ডিয়াৰ আমন্ত্ৰণক্ৰমে ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত পশ্চিমবঙ্গ, উৰিষ্যা, দিল্লী আৰু তামিলনাডুৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা উপস্থিত হোৱা বহু কেইজন সাংবাদিকে এক সাংবাদিক কৰ্মশালাত অংশ গ্ৰহণ কৰে । ভাৰতবৰ্ষত বন্য জীৱ – জন্ত্তৰ সুৰক্ষা দিয়া, বন্য জীৱৰ আবাস স্থল সমূহৰ ৰক্ষণাবেক্ষণ ঘটোৱাৰ লগতে বিজ্ঞান ভিত্তিক চিন্তাৰ বিকাশেৰে জীৱ-জন্ত্তৰ সংৰক্ষণাত্মক কাৰ্য্য সাধন, শিক্ষা আৰু প্ৰকৃতিৰ মূল উপলব্ধি জগাই তোলা আদি লক্ষ্যত সাধাৰণ লোকক উৎসাহ যোগাই তুলিবলৈ যোৱা দহ বছৰে এই অনুষ্ঠানে ৰাষ্ট্ৰভিত্তিক কাৰ্য্যসূচী পালন কৰি আহিছে । গুৱাহাটীৰ হোটেল পেলেচিঅ’ত আয়োজিত বন্য জন্ত্তৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ শীৰ্ষক কাৰ্য্যসূচীত উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবঙ্গত বন্য-প্ৰাণীৰ চোৰাং…
নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : যোৱা বুধবাৰে আইচিচি ৰেংকিঙত প্ৰথমবাৰৰ ভাৰত টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানলৈ উন্নীত হোৱাৰ কথা ঘোষণা কৰা হৈছিল৷ ইয়াৰ আগতে ক্ৰিকেটৰ আন দুটা সংস্কৰণত ভাৰত এক নম্বৰ দল আছিল। অৰ্থাত্, ভাৰত একে সময়তে তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত উপনীত হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়। আইচিচিয়ে এক বিবৃতিত কয়, “২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এক চমু কাৰিকৰী বিজুতিৰ বাবে ভাৰতক আইচিচি ৱেবছাইটত এক নম্বৰ দল হিচাপে দেখুওৱা হৈছে। এনে ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিছো।” সংশোধিত ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়া এতিয়াও টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছে। বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত থকা একমাত্ৰ দল হিচাপে অভিলেখ এতিয়াও অটুত…
সমুজ্বল ভট্টাচাৰ্য্যই প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে NRC ৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই।
নিউজ ডেক্স, ১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ :এক গুৰুত্বপূৰ্ণ অভিযোগ উণ্থাপিত হৈছে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে। এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই সামাজিক মাধ্যমত অভিযোগ কৰিছে যে, পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই৷ সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই অভিযোগ কৰিছে যে- এনআৰচি কেলেংকাৰীত জড়িত আছিল সমুজ্জ্বল ভট্টাচাৰ্য। আৰু এই কেলেংকাৰীৰ ভাগ হিচাপেই ভট্টাচাৰ্যই লৈছিল এই ধন।হিতেশ দেৱ শৰ্মাই ফেচবুক পোষ্টটোত কয় যে ‘আঢ়ৈ বছৰৰ বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্বই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ…

