Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৩: নাজিৰাৰ শিমলুগুৰিত যোৱা নিশা সংঘটিত হৈছে এক গাড়ী চুৰি ঘটনা। প্ৰণৱ সন্দিকৈ নামৰ এজন ব্যক্তিৰ এখন বলেৰ বাহনখন যোৱা নিশা তেওঁৰ ভাড়া ঘৰৰ পৰা চুৰি হয়। পুৱা প্ৰায় ৫ মান বজাত তেওঁৰ পৰিয়ালে যেতিয়া শুৱা পাটি এৰি বাহিৰলৈ আহে তেতিয়া তেওঁলোকে পূৰ্বৰ গাড়ী ৰখাই থোৱা স্থানত গাড়ী খন দেখা নাপাই স্বাভাৱিকতে শংকিত হৈ উঠে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ লগতে প্ৰণৱ সন্দিকৈয়ে গাড়ী খনৰ অনুসন্ধান কৰি কোনো সন্ধান নোপোৱাত শিমলুগুৰি আৰক্ষীৰ কাষ চাপে । চুৰি হোৱা বলেৰ খনৰ নম্বৰ হৈছে AS 04 1ED4864 । শিমলুগুৰি আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত যদিও তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানৰ লৈকে…
আগে আগে ড্ৰাগছ সৰবৰাহকাৰী, পিছে পিছে আৰক্ষী : নাজিৰাত আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী
নিউজ ডেক্স, ২২ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : শিৱসাগৰৰ নিতাইপুখুৰী পৰা AS04X5460নম্বৰৰ এখন স্কুটী লৈ আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি নাজিৰাৰ যান বাহন আৰক্ষী বিষয়া হৰদেৱ সিঙে আটক কৰে নিতাইপুখুৰীৰ অংকুৰ গগৈ নামৰ এজন যুৱকক। স্কুটীখনত দুজন যুৱক উঠি আহিছিল যদিও আনজন যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰে আটকাধীন যুৱকজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
न्यूज डेस्क/21फरवरी2023 : आज के समय में हर इंसान कहीं न कहीं तनाव भरी जिंदगी जीने को विवश है और खेल कूद के माध्यम से इस तनाव को कम किया जा सकता है।इसी को ध्यान में रखते हुए शिवसागर जिले के नामटी स्थित कुछ युवाओं ने आर्थिक रूप से कमजोर छात्र छात्राओं एवं बीमार लोगों की सहायता के लिए विगत 14वर्षो से मेगा प्राईजमनि क्रिकेट प्रतियोगिता आयोजित करते आ रहे हैं। स्थानीय मेट्रो क्लब के सौजन्य से इस बार भी 17फरवरी से शुरु इस प्रतियोगिता में तेजपुर गोलाघाट होजाई शिवसागर जिले सहित 32 टीमें भाग ले रही है।इस का फाइनल…
নিউজডেক্স, ২১ ফেব্ৰুৱাৰী, ২০২৩: খেল-ধেমালিয়েও মানুহক সমাজৰ উত্তৰণৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে । এই কথা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ নামতিৰ কেইজনমান যুৱকে । দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীক সহায় কৰাৰ মানসেৰে তেওঁলোকে যোৱা চৈধ্য বছৰ ধৰি নামতি অঞ্চলত এখন বাৰ্ষিক মেগা প্ৰাইজমনি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে । যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নামতি চাৰিআলি যুৱ সমাজৰ উদ্যোগত স্থানীয় মেট্ৰ’ ক্লাবৰ সহযোগত দিবা-নৈক্ষ ক্ৰিকেট প্ৰতিযোগিতা খনৰ ১৫তম সংস্কৰণ বৰ্তমান নামতি অঞ্চলত হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে । যোৱা ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৩ ফেব্ৰুৱাৰীত অন্ত…
নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰী,২০৩৩ : আজি অৰ্থাৎ ২০ ফেব্ৰুৱাৰী,২০২৩ ৰ পৰা ৰাজ্যত আৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী ৷ ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে এই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অহা ২০ মাৰ্চত অন্ত পৰিব ।এইবাৰৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়াৰ লগতে বিগত বৰ্ষ সমূহৰ দৰে পৰীক্ষা কেন্দ্ৰত মোবাইল, ইলেকট্ৰনিক ঘড়ী, কেলকুলেটাৰ আদি সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰা…
নিউজ ডেক্স,২০ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : নাজিৰা মেচাগড়ৰৰ এগৰাকী বোৱাৰীৰ বিশেষ সফলতা ।ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ…
নিউজ ডেক্স, ২০ ফ্ৰেব্ৰুৱাৰী,২০২৩ : গিলেকী ৰঙাগড়াৰ ইনামূল হুছেইন ওৰফে বিটু নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে।যোৱা নিশা নাজিৰাৰ গেলেকী আৰক্ষী থানাৰ সমীপতে এখন ASO4-Z-8988 নম্বৰৰ TVS SCOOTY লৈ ড্ৰাগছ সহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ইনামূল হুছেইন নামৰ যুৱক জনক।লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অভিজিত কোঁৱৰ উপস্থিত হৈ আটক কৰে যুৱক জনক।ধৃত ইনামূল হুছেইনৰ পৰা 2.43 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সদৃশ দ্ৰব্য ,দুটা চাদা টেমা,দুটা খালী কনটেনাৰ, এটা মবাইল ফ’ন আৰু নগদ কিছু টকা উদ্বাৰ কৰা লগতে ASO4-Z-8988 নম্বৰৰ TVS SCOOTY খন জব্দ কৰে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে ধৃত যুৱক জনক গ্ৰেপ্তাৰ কৰা লগতে জেৰা…
নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : নাজিৰাৰ প্ৰদীপ চন্দ্ৰ গগৈ নামৰ এজন চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ আনিছে আশাৰ বতৰা। চেপন চূণপুৰা পথত অৱস্থিত গগৈ চেম্বাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰদীপ চন্দ্ৰ গগৈয়ে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীক সম্পূৰ্ণৰূপে ৰোগ মুক্ত কৰি সুস্থ কৰি তুলিছে বুলি আৰোগ্য হোৱা ব্যক্তি সকলে জানিবলৈ দিয়ে। বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা লগতে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি অহা চিকিৎসক প্ৰদীপ গগৈৰ ঘৰ নাজিৰাৰ গড়গাঁৱত । দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভোগি থকা লক্ষিমপুৰৰ বিহপুৰীয়াৰ এজন ব্যক্তিয়ে চিকিৎসক প্ৰদিপ চন্দ্ৰ গগৈৰ চেম্বাৰত চিকিৎসা কৰি সম্পূৰ্ণ ৰূপে সুস্থ সৈ উঠিছে বুলি জানিবলৈ…
নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰৰ পানবেচাৰ খন্দকাৰ পীৰ চাহেবৰ দৰগাহত ১৯ ফ্ৰেব্ৰুৱাৰীত দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সমূহীয়া দোৱা আৰু ৰাজহুুৱা সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে দৰগাহ চৌহদত জাতি ধৰ্ম নিৰ্বিশেষে বহু লোকৰ সমাগম ঘটাৰ লগতে ৰাজহুৱা সভাত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সমাজকৰ্মী সৌৰভ চলিহা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, জেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াকে ধৰি বহু লোক উপস্থিত থাকে৷ উক্ত ৰাজহুৱা সভাত কবি প্ৰেম গগৈয়ে অসমৰ হিন্দু মুচলমানৰ ঐতিহাসিক সমণ্বয় আৰু সম্প্ৰীতিৰ ওপৰত এক সাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে একতাৰ এনাজৰীডাল কটকটীয়া কৰিবৰ বাবে আহ্বান জনায়৷
केंद्रीय मंत्री एवं राज्य के पूर्व मुख्यमंत्री सर्वानंद सोनोवाल पहुंचे नाजिरा-नागालेंड में भाजपा गठबंधन की सरकार बनने का किया दावा
न्यूज डेस्क -18फरवरी2023 : नागालैंड के चुनाव प्रचार में जुटे केंद्रीय जहाजरानी एवं आयूष मंत्री सर्वानंद सोनोवाल शुक्रवार को शिवसागर जिले के नाजिरा पहुंचे। इस दौरान उन्होंने पत्रकारों को संबोधित करते हुए कहा कि नागालेंड विधानसभा चुनावो में भाजपा गठबंधन पूर्ण बहुमत के साथ अपनी सरकार बनाएगा। उन्होंने कहा कि एनडीपीपी की सरकार के दौरान नागालैंड के हर क्षेत्र में विकास कार्य जिस तेजी से हुआ है वह वहां की जनता अनुभव कर रही है। प्रधानमंत्री नरेन्द्र मोदी ने पूर्वोत्तर राज्यों के विकास कार्यों में व्यक्तिगत रूप से रुचि दिखाते हुए विगत समय में 56बार पूर्वोत्तर राज्यों का दौरा किया,…

