Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ :  ভাৰতীয় ক্ৰিকেট দলে তিনিওটা ফৰ্মেটতে আই চি চি ৰেংকিঙৰ শীৰ্ষস্থানত আৰোহণ কৰিছে আাই চি চি ৰ শেহতীয়া ৰেংকিঙ অনুসৰি টেষ্ট, এদিনীয়া, আৰু টি-২০ত ভাৰতে ক্ৰমে ১৫, ১১৪, আৰু ২৬৭ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে।এই কৃতিত্ব অৰ্জন কৰা এছিয়াৰ প্ৰথমটো দল হিচাপেও পৰিগণিত হৈছে ভাৰত।এইদৰে দক্ষিণ আফ্ৰিকাৰ পিছত একেসময়তে আইচিচিৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা দ্বিতীয়টো দলত পৰিণত হৈছে ভাৰত। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেৱল দক্ষিণ আফ্ৰিকাই ২০১৪ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

Read More

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰী৷ ৩০২৩ : অসমত চিকিৎসা সেৱা বিষয়ত অধ্যয়ন কৰিব খোজা   ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ ৷ ৰাজ্যৰ চিকিত্‍সা মহাবিদ্যালয় সমূহত MBBS শিক্ষা গ্ৰহণৰ বাবে ১০০ খন আসন বৃদ্ধি কৰা হৈছে৷ উল্লেখযোগ্য যে, পূৰ্বৰ ১২০০ আসনৰ ঠাইত বৃদ্ধি পাই এতিয়া অসমত MBBS ৰ সৰ্বমুঠ আসন ১৩০০ লৈ বৃদ্ধি পালে।যোৱা মঙলবাৰে কোকৰাঝাৰ চিকিত্‍সা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মেডিকেল আয়োগে  ১০০ খন আসন বৃদ্ধি অনুমোদন প্ৰদান কৰাৰ কথা  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে  অৱগত কৰে কৰে।

Read More

নিউজ ডেক্স,১৫ ফ্ৰেব্ৰুৱাৰী ২০২৩ : : সমগ্ৰ অসমত বাল্য বিবাহ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তথা  মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আদিত ডুব গৈ থকা ৰাইজক আৰু এবুকু সমস্যাত পোত খুৱাই তেওঁলোকৰ সাংসাৰিক জীৱনত  জুই লগোৱাৰ স্বাৰ্থত বাল্য বিবাহৰ নামত হাজাৰ হাজাৰ লোকক জেলত ভৰাই হাৰাশাস্তি কৰি আছে।এই কথা  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়া ৰায়দানৰ জৰিয়তে পুনৰবাৰ প্ৰমাণিত হ’ল। ন্যায়ালয়ে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে, চৰকাৰে বাল্য…

Read More

নিউজ ডেক্স,১৫ ফেব্ৰুৱাৰী,২০২৩: নাজিৰা মহকুমাৰ মহকুমাধিপতি তথা মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আয়ুষী জৈনৰ অধ্যক্ষতাত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত  সভাত নাজিৰা মহকুমা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগ সমূহে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মোকাবিলা কৰিব পৰাকৈ লব লগা কাৰ্যব্যৱস্থাৰ পূৰ্বপ্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় । মহকুমাধিপতিয়ে বানপানী, ধুমুহা আদিৰ সময়ত  আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল…

Read More

न्यूज डेस्क-15फरवरी2023 : गुवाहाटी हाईकोर्ट ने राज्य में बाल विवाह से जुड़े विभिन्न मामलों में आरोपियों को अग्रिम जमानत देने के साथ ही कहा है कि ये ऐसे मामले नहीं है जिसमें आरोपियों को हिरासत में लेकर पूछताछ की जाए। गुवाहाटी हाईकोर्ट के न्यायमूर्ती सुमन श्याम ने कहा कि अगर कोई शादी कानून का उल्लंघन कर के हुई है तो कानून अपना काम करेगा, इस तरह के मामले कोई नए नहीं हैं और ये सब बहुत पहले से होता आ रहा है। हाईकोर्ट ने बाल विवाह विरोधी अभियान चलाने के दौरान पुलिस की कार्य प्रणाली पर नाराजगी जाहिर की। कोर्ट…

Read More

নিউজ ডেস্ক, ১৫ ফ্ৰেব্ৰুৱাৰী,২০২৩:  আজি ৰাজ্যজুৰি পালন কৰা হৈছে মিচিং জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ আলি-আঃয়ে-লৃগাং ৷কৃষিজীৱি মিচিং লোকসকলে  প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উত্‍সৱ পালন কৰে। আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাত্‍ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন৷ এই দিনটোৰ পৰাই মিচিং লোকসকলে ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।শস্যৰ অধিক উত্‍পাদন কামনা কৰি এইউত্‍সৱৰ দিনটোত সকলো মিচিং জনগোষ্ঠীয় লোকে ইষ্ট দেৱতাক পূজা অৰ্চনা কৰি সমূহীয়া ভাবে পৰম্পৰাগত ৰীতি নীতিৰে ভোজ…

Read More

न्यूज डेस्क -11फरवरी2023: आदिवासी संगठनों के आह्वान पर आज असम के कोकराझार जिले के सालाकाटी रेल स्टेशन पर सैकड़ों की संख्या में रेल अवरोध करने पहुंचे बंद समर्थकों के चलते स्थानीय प्रशासन काफी सतर्कता बरत रहा है। असम के  आदिवासियों को अनुसूचित जन जाति का दर्जा दिए जाने की मांग के साथ ही अपनी विभिन्न मांगों के समर्थन में देश के पांच राज्यों बिहार, पश्चिम बंगाल, झारखंड, उड़ीसा एवं असम में 11फरवरी को रेल अवरोध की घोषणा इन संगठनों द्वारा की गई थी।असम के सालाकाटी रेल स्टेशन पर भी इसका असर देखा गया। स्थानीय पुलिस प्रशासन ने कानून व्यवस्था बनाए रखने…

Read More

নিউজ ডেক্স, ১০ ফ্ৰেব্ৰুৱাৰী ২০২৩ :   শিৱসাগৰ ভটিয়াপাৰ নিবাসী, নীৰৱ নাট্য সাধক তথা  শিৱসাগৰ নাট্যপীঠৰ অধ্যক্ষ  প্ৰশান্ত শৰ্মাক অসমৰ নাট্য আন্দোলনলৈ আগবঢ়োৱা অনবদ্য  অৱদানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই যোৱা ৯ ফ্ৰেব্ৰুৱাৰীত আনুষ্ঠানিক ভাবে অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰে৷  শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  শিক্ষক ৰূপে কৰ্মৰত প্ৰশান্ত শৰ্মা বিগত তিনি দশক জুৰি নাট্য সংগঠনৰ লগত জড়িত আৰু অপেছাদাৰী  নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক ৷

Read More

न्यूज डेस्क -9फरवरी 2023 ;राज्य सरकार के कर्मचारियों के लिए दोहरी खुशी -आज से दो दिन मातृ पितृ वंदना का अवकाश वहीं दूसरे शनिवार एवं रविवार की छुट्टी भी लगातार राज्य सरकार द्वारा कर्मचारियों के लिए घोषित फरवरी महीने में मातृ पितृ वंदना के दो दिवसीय अवकाश की तिथि 9तथा 10फरवरी के अलावा राज्य कर्मचारियों को दोहरी खुशी मिलना तय है क्योंकि 11फरवरी को महिने का दूसरा शनिवार एवं 12फरवरी को रविवार की छुट्टी तय है। उल्लेखनीय है कि राज्य सरकार ने सरकारी कर्मचारियों से संबंधित यह अवकाश इस लिए लागू किया है जिससे ये लोग अपने माता पिता के साथ…

Read More

ভাস্কৰজ্যোতি বৰগোহাঞি, নাজিৰা, ৮ ফ্ৰেব্ৰুৱাৰী ২০২৩ : নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ নিবাসী সমাজ কল্যাণ বিভাগৰ অঙ্গনবাদী কৰ্মী হিচাপে কৰ্মৰত জ্যোতিমণি হাতীকাকতিৰ যোৱা ৭ ফ্ৰেব্ৰুৱাৰীৰ পুৱাৰ ভাগত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । বিজ্ঞানৰ স্নাতক হৈ অঙ্গনবাদী কৰ্মী হিচাপে  জীৱন নিৰ্বাহ কৰা হাতীকাকতিৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৪ বছৰ । স্পষ্টবাদিতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৰ জড়িয়তে বহুল পৰিচয় লাভ কৰা জ্যোতিমণি হাতীকাকতি শ্ৰেষ্ঠ অঙ্গনবাদী কৰ্মী হিচাপে স্বীকৃত হৈছিল । নাজিৰাৰ শিল্পীসমাজত গায়িকা, নৃত্যশিল্পী আৰু নাটকৰ অভিনেত্ৰী ৰূপে পৰিচিত হোৱাৰ লগতে তবলা আৰু চেটাৰ বজায়ো মানুহক সন্মোহিত কৰিছিল,  তেওঁ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিহুগীত আৰু নৃত্যৰ প্ৰশিক্ষণো আগবঢ়াইছিল ।…

Read More