Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,১২জুন,২০২৪ :প্ৰধানমন্ত্ৰী জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ  জয়ঢোল কোবাই থকা অৱস্থাতে সেই আঁচনিখন নাজিৰাত  চৰম প্ৰহসনত পৰিণত হৈছে ৷ বিগত প্ৰায় তিনি মাহধৰি বি জে পি নেৰ্তৃত্বাধীন নাজিৰা পৌৰসভাই নগৰবাসীক যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ।নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰে যদিও মটৰ আৰু টেংকীৰ   বিজুতি হোৱাৰ বাবে আজি তিনিমাহ ধৰি যোগান ধৰা নাই খোৱাপানী । যাৰ বাবে নগৰবাসী সৰ্বসাধাৰণ জনগণে ব্যাপক সমস্যাৰ সম্মুখীন হৈ আহিছে । বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে ।…

Read More

নিউজডেক্স,৯জুন,২০২৪ :আজি একাদিক্ৰমে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে ।  ৭১ জনীয়া মোদী মন্ত্ৰীসভাত এইবাৰ অসমৰ পৰা দুগৰাকী সাংসদক অন্তৰ্ভুক্ত হৈছে তেওঁলোক হ’ল  লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা । সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰীৰূপে আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে । এইবাৰ কেবিনেট মন্ত্ৰী হিচাপে ৩০ গৰাকী সাংসদে শপত গ্ৰহণ কৰাৰ  লগতে স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে ৫ গৰাকী সাংসদে আৰু  ৰাজ্যমন্ত্ৰী হিচাপে ৩৬ গৰাকীয়ে  শপত গ্ৰহণ কৰে  ।  মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাসকল হৈছে :-  কেবিনেট মন্ত্ৰীসকল হল- : ১) নৰেন্দ্ৰ মোদী ( গুজৰাট ) ২) ৰাজনাথ সিং ( উত্তৰ প্ৰদেশ…

Read More

न्यूज़ -डेस्क, 8 जून2024:भौतिक शिक्षा से हम रोजगार प्राप्त कर सकते हैं, लेकिन परिवार, समाज, कार्यस्थल में परेशानी या चुनौती का मुकाबला नहीं कर सकते है | युवा उच्च शिक्षा प्राप्त करके डॉक्टर, इंजीनियर बनकर धनोपार्जन कर सुख-सुविधा युक्त जीवन निर्वाह करना चाहते हैं, परंतु जब उनका उद्देश्य पूर्ण नहीं हो पाता | नैतिक शिक्षा से युवाओं को नई दिशा मिल सकती है | भौतिक शिक्षा से भौतिकता का विकास होगा और नैतिक शिक्षा से सर्वागिंण विकास होगा | । उक्त उदगार माउंट आबू राजस्थान से पधारे हुए बी के भगवान भाई ने कहे | वे बरतला सीनियर सेकंडरी स्कुल …

Read More

নিউজডেক্স,১৭মে’,২০২৪ :  আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত ঐতিহাসিক বৰশিলৰ পৰা মেকিপুৰ সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত   সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ প্ৰায় ১৫ কোটি টকীয়া কামত নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে। বিগত ১৯- ২০ বৰ্ষতেই নিবিদা লাভ কৰা ঠিকাদাৰ শিৱা হৰলালকাই প্ৰায় ৫ মাহৰ আগতে এই কাম সম্পূৰ্ণ কৰিছিল যদিও বৰ্তমান ঐতহাসিক বৰশিলৰ সমীপত প্ৰায় দুই তিনি কিলোমিটাৰ পৰ্যন্ত পথটোত পুখুৰী সদৃশ  দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে  বখলা বখলে  ব্লেক কাৰ্পেটিং এৰাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ লুণ্ঠনৰ মানসিকতাৰে নিৰ্মাণ কৰা এই পথটোৰ চাইদ-বামৰ কাম সম্পন্ন নকৰাৰ ফলত ক্ৰমান্বয়ে খহি গৈছে…

Read More

न्यूज़ हन्ट -डेस्क 13 मई 2024: 12 मई को मातृ दिवस के अवसर पर पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन की सिमलगुड़ी शाखा द्वारा क्षेत्र की पांच महिलाओं का उनके निवास स्थान पर जाकर दुपट्टे एवं मिठाई भेंट कर सम्मानित किया गया तथा उन सभी मातृशक्ति को उनके सुखद भविष्य की शुभकामनाएं व्यक्त की गई৷ इस दौरान शाखा अध्यक्ष शिव प्रसाद बाजोरिया. पवन मस्करा, सुभाष अग्रवाल, दीनदयाल शर्मा एवं दीपचंद माड़ोदिया शामिल थे

Read More

নিউজডেক্স,১৩মে’,২০২৪:ডাইনী হত্যাৰ দৰে কুসংস্কাৰক  নিৰ্মূল কৰিবলৈ অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভাৰ  আজি পুৱা ৯-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে৷ তেখেতৰ  বিয়োগৰ বাতৰিত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  গভীৰ শোক প্ৰকাশ কৰি  অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি  উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ আনহাতে সমাজ সংস্কাৰক বীৰুবালা ৰাভাৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব বুলি ব্যক্ত কৰি এই বিষয়ত তদাৰকৰ বাবে মন্ত্ৰীদ্বয় শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰীজয়ন্ত মল্লবৰুৱাক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷

Read More

 নিউজডেক্স,১৩মে’,২০২৪ : শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁও চূণপোৰা হেমেনাবাৰী মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১১ আৰু ১২ মে’ত দুদিনীয়া কাৰ্যসূচীৰে হেমেনাবাৰী ৰঙ্গমঞ্চত থলুৱা জনগোষ্ঠী সমূহৰ এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু থলুৱা জনগোষ্ঠীৰ সাংস্কৃতিক দলে  এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। 

Read More

নিউজডেক্স,১২ মে’,২০২৪ :নামতিৰ  চাৰিআলি খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই ৫ বছৰ বয়সৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত।উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত গ’ল্ড মডেল, ২০১৬ চনত কিক বস্কিংত গ’ল্ড মডেল,২০১৭ চনতো গ’ল্ড মডেল লাভ কৰিবলৈ সক্ষম হৈছিল।ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা এথেনা চেতীয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে।

Read More

न्यूज़ हंट डेस्क -12 मई 2024 :आज श्री परशुराम सेवा समिति शिवसागर जिला (सर्व समाज) के सौजन्य से आयोजित श्री परशुराम जन्मोत्सव कार्यक्रम के द्वितीय चरण में  कई कार्यक्रम आयोजित किए गए। इस में पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन के प्रांतीय अध्यक्ष कैलाश जी काबरा एवं विशिष्ट समाज सेवी जुगल किशोर सिंघी भी शामिल हुए। समिति की ओर से इन का स्वागत किया गया। इनके अलावा भी कई गणमान्य लोग कार्यक्रम में उपस्थित हुए। कार्यक्रम में बिहू नृत्य एवं रंगारंग भजन संध्या भी आयोजित हुई। समिति के अध्यक्ष डां गिरीराज शर्मा ने सभी के प्रति धन्यवाद व्यक्त किया है

Read More

न्यूज़ हन्ट डेस्क -:8मई 2024:असम के नाजिरा में आज एम सी क्लब द्वारा महकमें से हज यात्रा को जाने वाले 15 हज यात्रियों का सार्वजनिक रूप से अभिनंदन किया गया, एवं उनकी हज यात्रा सुरक्षित रुप से पूरी हो सके इसके लिए दुआ की गई। बताते चलें कि सन् 1939 में एमसी क्लब का गठन किया गया था और तभी से क्लब द्वारा बहुत से सामाजिक सेवा के कार्य किये जाते रहे हैं। इनमें हर बार हज यात्रियों का अभिनंदन भी शामिल है।क्लब के अध्यक्ष जाकिरुल हुसैन की अगुवाई तथा अब्दुर रहमान के संचालन में हज यात्रियों को मुबारकबाद देते…

Read More