Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

न्यूज़ हन्ट डेस्क -11अप्रेल 2024; नाजिरा -शिमलगुड़ी में गौरव गोगोई का रोड शो -देवव्रत सैकिया भी साथ जोरहाट संसदीय सीट से कांग्रेस के उम्मीदवार गौरव गोगोई ने आज लगातार तीसरी बार नाजिरा विधानसभा क्षेत्र में चुनाव प्रचार अभियान चलाया। नाजिरा एमसी क्लब से उन्होंने एक पैदल मार्च भी निकाला जो शिमलगुड़ी तक पहुंच कर पूरा हुआ। इस दौरान सैकड़ों समर्थकों के साथ नाजिरा के विधायक तथा नेता प्रतिपक्ष देवव्रत सैकिया तथा तेजपुर के पूर्व सांसद तथा पूर्व भाजपाई राम प्रसाद शर्मा भी उनके साथ थे

Read More

নিউজডেক্স,১১ এপ্ৰিল,২০২৪ : আজি তৃতীয় বাৰৰ বাবে নাজিৰাত উপস্থিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ।নাজিৰা এমচি ক্লাৱত উপস্থিত হয় গৌৰৱ গগৈ।যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি  নাজিৰা নগৰত এক পদযাত্ৰা উলিয়াই।শতাধিক ৰাইজে অংশ গ্ৰহণ কৰা এই পদযাত্ৰাত  গৌৰৱ গগৈক  সংগ দিয়ে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ বিজেপি প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাকে ধৰি আন বহু সংখ্যক কংগ্ৰেছী নেতা কৰ্মীয়ে

Read More

নিউজডেক্স, ১০এপ্ৰিল,২০২৪ :  অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২২তম প্ৰতিষ্ঠা দিৱস আজি  দিনযোৰা কাৰ্যসূচীৰে নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পুৰুষ আৰু মহিলা শাখাই একত্ৰিত ভাবে উদযাপন কৰে৷ নাজিৰা নগৰস্থ সন্মিলনৰ কাৰ্যালয়ত পুৱা পতাকা উত্তোলন কৰে  সন্মলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিজয় চন্দ্ৰ বৰাই৷  পৰৱৰ্তী পৰ্যায়ত দুপৰীয়া ডেৰ বজাত নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী ইন্দুভূষণ মহন্তৰ বাসগৃহত তেখেতক ৰাজহুৱা ভাবে সম্বৰ্দ্ধনা জনোৱা হয়৷ এই উপলক্ষে জাজী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক মুকলি সভাত নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তথা নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক অজয়লাল বৰুৱা, কাৰ্যকৰী সভাপতি বিজয় চন্দ্ৰ বৰা,অৱসৰী অধ্যাপক তথা প্ৰবন্ধাকাৰ উমা কোঁৱৰ,ইন্দুভূষণ…

Read More

न्यूज़ हन्ट डेस्क -9अप्रेल 2024 : देश की 18वीं लोकसभा के लिए होने वाले आम चुनावों के प्रथम चरण में असम की 5 सीटों पर भी चुनाव होने हैं। इसी क्रम में आज देश के गृहमंत्री अमित शाह ने राज्य की लखिमपुर संसदीय सीट से भाजपा उम्मीदवार प्रदान बरुआ के पक्ष में विशाल चुनावी रैली को संबोधित किया। अपने संबोधन में उन्होंने कांग्रेस पार्टी की नीतियों को देश को कमजोर करने वाली बताते हुए कहा कि 1962 में चीन के आक्रमण के समय तत्कालीन प्रधानमंत्री जवाहरलाल नेहरु ने असम और अरुणाचल प्रदेश को अपनी सरकार की तरफ से बाय बाय…

Read More

নিউজডেক্স,৯এপ্ৰিল,২০২৪: আজি লখীমপুৰত বি জে পি ৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ সীমান্ত সুৰক্ষিত কৰি বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বন্ধ কৰিছে। পূৰ্বতে এই সীমান্ত   মুকলি আছিল।  অমিত শ্বাহে ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ কথা উত্থাপন কৰি কয় যে তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে সেই সময়ত অসম আৰু অৰুণাচল প্ৰদেশক বিদাই দিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চীনে ভাৰতৰ এক ইঞ্চিও মাটি বেদখল কৰিব নোৱাৰিব বুলি গৌৰৱ কৰি  গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ১৯৬২ চনৰ চীনৰ আগ্ৰাসনৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম আৰু অৰুণাচলক  “বাই-বাই” বুলি কৈছিল ৷…

Read More

নিউজডেক্স,৯এপ্ৰিল,২০২৪ : জ্যেষ্ঠ সাংবাদিক তথা সমালোচক হাইদৰ হুচেইনৰ সৈতে হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত সাম্প্ৰতিক সময়ত সাংবাদ জগতৰ অৱক্ষয় সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে ইয়াক  সমাজৰ সামগ্ৰিক অৱক্ষয়ৰ প্ৰতিফলন বুলি কয়৷ তেখেতৰ মতে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও বৰ্তমান গণতন্ত্ৰৰ আন তিনিওটা স্তম্ভতে অৱক্ষয় পৰিলক্ষিত হৈছে৷  সাধাৰণতে দেশৰ প্ৰচলিত আইন আৰু শাসন ব্যৱস্থাৰ পৰা সাংবাদিকতা বিচ্ছিন্ন হ’ব নোৱাৰে আৰু সমাজৰ সামগ্ৰিক স্খলনৰ প্ৰভাৱৰ হেতু আজি দেশৰ তদন্তকাৰী সংস্থা ই-ডি, চি-বি-আই আদিও পথচ্যুত হোৱাৰ বাতৰি ওলাইছে৷ সাংবাদিক সকলো আজি বহু বাধ্য বাধকতাৰ মাজত সোমাই পৰিছে ৷ শেষতীয়াভাবে বিভিন্ন কাৰণত  দেশৰ মূল সুতিৰ সংবাদ মাধ্যম চৰকাৰ নিৰ্ভৰশীল হ’বলগীয়া…

Read More

न्यूज़ हन्ट डेस्क -7अप्रेल 2024 : शनिवार को राज्य के मुख्यमंत्री डां हिमंत विश्व शर्मा ने नाजिरा के मेजेंगा उच्चतर माध्यमिक विद्यालय फील्ड में एक चुनाव सभा को संबोधित करते हुए राज्य के नेता प्रतिपक्ष एवं नाजिरा के विधायक देवव्रत सैकिया को केवल पत्र लिखने वाले कथित बयान पर तीखी प्रतिक्रिया व्यक्त की है। श्री सैकिया ने कहा कि जन हित से जुड़े मामलों पर लिखे गए पत्रों का  मुख्यमंत्री जवाब तक देने का शिष्टाचार नहीं निभाते जो कहीं न कहीं उनके अहंकार को दर्शाता है। नेता प्रतिपक्ष ने यह भी कहा कि वे जनहित से जुड़े मामले उठाते रहेंगे…

Read More

নিউজডেক্স,৭এপ্ৰিল,২০২৪:অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ৬ এপ্ৰিল তাৰিখে নাজিৰাৰ মেজেংগাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল পত্ৰ লিখা বিধায়ক বুলি ইতিকিং কৰা  মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কয় যে বিগত সময়ত বিৰোধী দলৰ দলপতি ৰূপে তেওঁ জনস্বাৰ্থ জড়িত বিষয়ত বহু সংখ্যক পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখিছে যদিও দেশৰ প্ৰচলিত গণতান্ত্ৰিক পৰম্পৰাক নসাৎ কৰি কেৱল এখন চিঠিৰ বাদে তেওঁৰ আনবোৰ চিঠিৰ কোনো উত্তৰ দিয়া নাই মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ বিধায়কক লগ কৰিবলৈ সময় নিদিয়ে এনে কাৰ্য্যই মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰীতাকেই প্ৰকাশ কৰে বুলি কৈ দেৱব্ৰত শইকীয়াই জনস্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰীলৈ আৰু পত্ৰ লিখিব বুলি কয় ৷

Read More

न्यूज़ हन्ट डेस्क -6अप्रेल,2024 : आज नाजिरा के निकटवर्ती मेजेंगा उच्चतर माध्यमिक विद्यालय के खेल मैदान में जोरहाट संसदीय सीट से भाजपा उम्मीदवार तपन कुमार गोगोई के समर्थन में राज्य के मुख्यमंत्री डां. हिमंत विश्व शर्मा ने एक चुनावी रैली को संबोधित किया। उन्होंने राज्य में हुए विकास कार्यों की अवाधित गति से सभी वर्गों में भाजपा के प्रति आकर्षण बढ़ने कि बात भी कही। जोरहाट संसदीय सीट से भाजपा मित्र दल के उम्मीदवार तपन कुमार गोगोई की तीन लाख के अंतर से जीत की भविष्यवाणी की। इस दौरान बड़ी संख्या में लोगों की उपस्थिति देखी गई।

Read More

न्यूज़ हन्ट डेस्क- 05अप्रेल,2024 :  राज्य के मुख्य चुनाव अधिकारी आयूष गोयल का नाजिरा दौरा -चुनावी तैयारीयों का लिया जायजा  आगामी लोकसभा चुनावों के प्रथम चरण के होने वाले चुनावों की तैयारियां संबंधित जानकारी प्राप्त करने आज राज्य के मुख्य चुनाव अधिकारी अनुराग गोयल ने नाजिरा का दौरा किया। इस दौरान उन्होंने नाजिरा अनुमंडलाधिकारी कार्यालय परिसर में बनाये गये स्ट्रांग रूम का भी निरीक्षण किया। साथ ही सुरक्षित एवं शांतिपूर्ण तरीके से चुनाव कराये जाने संबंधित सभी पहलुओं पर अतिरिक्त आयुक्त सह -नाजिरा जिला निर्वाचन अधिकारी आयूषी जैन के साथ एक बैठक भी आयोजित की। अनुमंडलाधिकारी जैन ने उन्हें चुनाव…

Read More