Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

न्यूज डेस्क- 8फरवरी2023 : उड़ान योजना के अंतर्गत पवन हंस की आज से डिब्रूगढ़ -जोरहाट-तेजपुर-गुवाहाटी हेलीकॉप्टर सेवा हुई शुरु । क्षेत्रीय संपर्क योजना ‘उड़ान’ के तहत आज गुवाहाटी के लोकप्रिय गोपीनाथ बरदलै एयरपोर्ट से असम के कुछ जिलों के लिए हेलीकॉप्टर सेवा का शुभारंभ हुआ। पवन हंस लिमिटेड द्वारा संचालित यह सेवा सप्ताह में तीन दिन- क्रमशः सोम,बुध, एवं शुक्रवार को जारी रहेगी। निर्धारित तीनों दिन सुबह 8.50बजे डिब्रूगढ़ से जोरहाट 9.50बजे जोरहाट से तेजपुर 10.55बजे तेजपुर से गुवाहाटी के लिए उड़ान भरेगी। वापसी में दोपहर 12.15बजे गुवाहाटी से तेजपुर,दोपहर 1.20बजे तेजपुर से जोरहाट 2.25बजे जोरहाट से डिब्रूगढ़ के लिए…

Read More

নিউজ ডেক্স, ৭ ফ্ৰেব্ৰুৱাৰী ২০২৩ : দীৰ্ঘদিন ধৰি বৰষুণৰ অভাবত সমগ্ৰ অসমত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ ভাষমান ধূলিয়ে ক্ৰমবৰ্দ্ধিত ভাবে বায়ুমণ্ডল প্ৰদূষিত  কৰাৰ কাৰণে  ৰাজ্যত  কাহ- জ্বৰকে ধৰি  বিভিন্নধৰণৰ শ্বাস- প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি হৈছে বুলি চিকিৎসা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে৷ আনহাতে  গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বায়ুমান সূচাংকই অতিক্ৰম কৰিছে বিপদসীমাৰ মাত্ৰা ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মতে বায়ু মান সূচাংক ২০০ ৰ ওপৰলৈ বেয়া বুলি ধৰা হয় ৷ বৰ্তমান  ৰাজধানী চহৰ গুৱাহাটীৰ বায়ুমান ৩৪৫ সূচাংক!  সেয়েহে  জনস্বাৰ্থৰ খাতিৰত চৰকাৰে শ্ৰীঘ্ৰেই  প্ৰদূষণ ৰোধৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ৷

Read More

নিউজ ডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী , ২০২৩ : নাজিৰাৰ মদিনাতুল উলুম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে ছৱাহী মুক্তৱৰ ২০২৩ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। প্ৰায় ৫৩ জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত পৰীক্ষাটিৰ জৰিয়তে ছৱাহী মুক্তাৱৰ প্ৰকৃত শিক্ষা দিবলৈ চেষ্টা কৰাৰ লগতে মুছলমান সমাজৰ ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতৰ দিনত নিজকে সমাজত এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আৰু এজন প্ৰকৃত ভাৰতীয় হিচাপে থাকিবলৈ শিক্ষা প্ৰদান কৰা হৈছে। সমাজত দেখা দিয়া বিভিন্ন সমস্যা যেনে ড্ৰাগছ, মাদক দ্ৰৱ্যৰ লগতে নিচাজাতীয় সামগ্ৰীৰ  অপকাৰিতাৰ পৰা নিজকে ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ এৰাই চলি এখন সুস্থ সমাজ গঢ়াত অৱদান আগবঢ়াব ইত্যাদি কিছুমান দিশৰ ওপৰত আলোকপাত কৰি এই পৰীক্ষাটি অনুষ্ঠিত…

Read More

Newsdesk, February 4, 2023: Leader of the Opposition in the Assam Legislative Assembly Debabrata Saikia on Saturday appealed to Chief Minister Himanta Biswa Sarma to stop harassment of people in the name of prevention of child marriages and said that so many child marriages taking place in the State in the past seven or eight years is a dangerous failure of the BJP-led government in Assam.      In a statement issued to the media, Saikia said, “Child marriage is a social evil. There were and are many avenues with which the government could prevent child marriages. But how so…

Read More

न्यूज डेस्क 4फरवरी2023 :असम सरकार द्वारा बाल विवाह के खिलाफ उठाए गए सख्त कार्रवाई पर राजनीतिक प्रतिक्रिया दिखने लगी है। इस संदर्भ में आज राज्य विधानसभा में नेता प्रतिपक्ष एवं नाजिरा के विधायक देवव्रत सैकिया ने अपनी प्रतिक्रिया व्यक्त की है। उनके अनुसार बाल विवाह अपने आप में एक सामाजिक विकृति है और इसे रोकने के लिए हमारे देश में पहले से ही कानूनी प्रावधान बने हुए हैं। देवव्रत सैकिया का कहना था कि विगत 7-8वर्षो में इतनी बड़ी संख्या में बाल विवाह का होना अपने आप में आश्चर्य जनक घटना है। उन्होंने इसके लिए वर्तमान भाजपा सरकार को ही…

Read More

ভাস্কৰজ্যোতি বৰগোহাঞি, নাজিৰাঃ৩ ফেব্ৰুৱাৰীঃনাজিৰা নগৰৰ ১ নং ৱাৰ্ডত অৱস্থিত টাই আহোম সাংস্কৃতিক কেন্দ্ৰত বানফী পূজাৰে যাথাবিহিত ভাৱে উপৰিপুৰুষলৈ তৰ্পণ আগবঢ়াই পৱিত্ৰ মে-ডাম মে-ফি পালন কৰা হয় । দিনটোৰ বিস্তৃত কাৰ্য্যসূচীত পুৱা পতাকা উত্তোলণ কৰে সাংস্কৃতিক কেন্দ্ৰটোৰ সভাপতি বিষ্ঞু বৰুৱাই । ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃতি, মহিলা সকলৰ মাজত মিউজিক চেয়াৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । টাই ভাষী গীত, টাই নৃত্য পৰিৱেশন কৰে যুৱক যুৱতী সকলে । মুকলি সভাৰ সভাপতিত্ব কৰে বিষ্ঞু বৰুৱাই । টাই ভাষী সমদল গীতেৰে সভা মুকলি কৰা হয় । সভাত বিশিষ্ট বক্তা ৰূপে প্ৰদীপ ম’ছাম ফুকনে মে-ডাম মে-ফিত উপৰি-পুৰুষ আৰু প্ৰকৃতিৰ প্ৰতি প্ৰাৰ্থনাৰে সমাজৰ কল্যাণ আৰু মানৱীয়…

Read More

ভাস্কৰজ্যোতি বৰগোহাঞি , নাজিৰাঃ ২ ফেব্ৰুৱাৰী ,২০২৩ :নাজিৰা নগৰত এটা পাব্লিক টয়লেট নোহোৱাৰ পৰিস্থিতিত ভূক্তভোগীৰ সমস্যা কি ইয়াৰ উপলব্ধি কৰিবলৈ যেন কোনো নাই ।  দীৰ্ঘদিন ধৰি নগৰখনৰ ৫ নং ৱাৰ্ডৰ টকৌ আলি আৰু ধোদৰ আলি সংযোগী পথ তথা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ কাষত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো কৰ্তৃপক্ষই ভাঙি পেলোৱাহে পৰিলক্ষিত হ’ল । সেই ৰাজহুৱা প্ৰস্ৰাৱগাৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নতি কল্পে প্ৰশাসনক দৃষ্টিগোচৰ কৰি ৰাইজে দাবী উত্থাপন কৰি অহাৰ সমান্তৰাল ভাৱে বহু বাতৰি পৰিৱেশন কৰি শীঘ্ৰেই আধুনিক প্ৰস্ৰাৱগাৰ ব্যৱস্থালৈ উন্নীত কৰিবলৈ পৰামৰ্শ দাঙি ধৰা হৈছিল । কৰ্তৃপক্ষই পুৰণাটো ভাঙি নতুনকৈ এটা নিৰ্মাণৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি দিয়াই নহয় তাৎক্ষণিকভাৱে…

Read More

अब तक की मुख्य जानकारी   आज मोदी सरकार के दूसरे कार्यकाल का वित्त वर्ष 2023/24का आखिरी वजट संसद में पेश किया जा रहा है। **वित्त मंत्री निर्मला सीतारमण ने वजट पेश किए जाने से पूर्व राष्ट्रपति द्रोपदी मुर्मू से मुलाकात की। **अपराह्न 11बजे वित्त मंत्री निर्मला सीतारमण ने शुरू किया वजट भाषण *आज के वजट को लेकर देश के नागरिकों में सरकार से काफी उम्मीदें हैं। *रेलवे के लिए 2.4लाख करोड़ के वजट का प्रस्ताव * कई नए हवाई अड्डों के निर्माण के साथ ही पहले से बने हवाई अड्डों का ढांचागत विकास *डिजिटल इंडिया के अनुरूप KYC की…

Read More

নিউজ ডেক্স,১ ফেব্ৰুৱাৰী , ২০২৩ :  আজি দিনৰ এঘাৰ বজাত সংসদত দেশৰ বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেট ভাষণ। এই বাজেটক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে।  আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পূৰ্ণাংগ বাজেটত বিত্তমন্ত্ৰীয়ে টেক্স শ্লেব, শিক্ষা, স্বাস্থ্য, কৃষি আদিকে ধৰি বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে বুলি সকলোৱেই আগ্ৰাহাণ্বিত আজিৰ বাজেটক লৈ। সকলোৱে আশা কৰিছে এই বাজেটে পূৰণ কৰিব সাধাৰণ জনতাৰ আশা-আকাংক্ষা।এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট ।বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উত্‍সাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত সন্নিৱিষ্ট কৰা…

Read More

মে-ডাম-ফী  টাই-আহোমসকলৰ এক পবিত্ৰ ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ বিশ্বাস কৰা হয় যে মৃতক উপৰিপুৰুষ দেৱতাসকলে ওপৰৰ পৰা তেওঁলোকৰ উত্তৰপুৰুষসকলকৰ অপায়-অমঙ্গল , বিপদ-বিঘিনি সকলো দূৰ কৰি আৰু  ভৱিষ্যত উজ্জ্বল কৰাব  । সেয়েহে উপৰিপুৰুষ দেৱতাসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা ভক্তি নিবেদন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ কামনাৰে পূজা সেৱা আগবঢ়োৱা হয় ।     টাঈ আহোম সকলৰ বিশ্বাস  গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও…

Read More