Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ১৯ জানুৱাৰী ২০২৩: কবিতাৰে ৰাইজৰ মন জয় কৰা জনতাৰ কবি নীলমণি ফুকনৰ আজি দিনৰ ১১-৫৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালত দেহাৱসান ঘটে৷ কাব্যঋষি গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিকআৰু সামাজিক জগত৷ ১৯৩৩ চনৰ ১০ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় কবিগৰাকী বিগত কিছুদিন চিকিৎসাধীন হৈ আছিল৷ নৃত্যৰতা পৃথিৱী, আৰু কি নৈশব্দ, গোলাপীজামুৰ লগ্ন, কবিতা, সূৰ্য্য হেনো নামি আহে এই নদীয়েদি ইত্যাদি বহু কাব্যগ্ৰন্থৰ স্ৰষ্টা তথা প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সংমিশ্ৰিত এক স্বকীয় কাব্যধাৰাৰে অসমীয়া সাহিত্যক প্ৰৌজ্বল কৰি তোলা কবি নীলমণি ফুকনে ২০২১ চনত জ্ঞানপীঠ বঁটা, অসম উপত্যকা সাহিত্য বঁঁটা, সাহিত্য একাডেমি বঁটা আৰু পদ্মশ্ৰীকে ধৰি বিভিন্ন বঁটা আৰু সন্মানেৰে সন্মানিত…
न्यूज डेस्क -18जनवरी2023 : शिवसागर जिले के नाजिरा महकमा अंतर्गत दरकियाल गांव में 17जनवरी से असम भाउना महोत्सव 2023का शुभारंभ हुआ। आगामी 23 जनवरी तक सप्ताह व्यापी भाउना महोत्सव के उपलक्ष्य में ध्वजारोहण, आयोजन समिति के अध्यक्ष रमेन दत्त ने किया। इसके बाद वयोवृद्ध गणमान्य नागरिक नोमल बरगोंहाई ने स्मृति तर्पण किया। निकटवर्ती कई गांवों के श्रद्धालुओं के सहयोग से दरकियाल बर नामघर प्रांगण में शंकरदेव -माधवदेव क्षेत्र में सुबह से ही हजारों की संख्या में भक्त वैश्वव की उपस्थिति देखी गई। भक्तिमय वातावरण तथा स्वच्छ पर्यावरण के बीच असम भाउना महोत्सव के पहले दिन आऊनीआटी सत्र के सत्राधिकार डॉ…
নিউজ ডেক্স,১৮ জানুৱাৰী ২০২৩ : যোৱা ১৭ জানুৱাৰীৰ পৰা নাজিৰা মহকুমাৰ অন্তৰ্গত শিলাকুটি মৌজাৰ দৰিকিয়াল গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম ভাওনা মহোৎসৱ ২০২৩ ৷ অহা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া সপ্তাহজোৰা অসম ভাওনা মহোৎসৱ ২০২৩ ৰ কালি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰমেন দত্তই৷ইয়াৰ পাছতে স্মৃতি তৰ্পন কৰে শতায়ু গৰকা বয়োজেষ্ঠ ব্যক্তি নোমল বৰগোহাঁইয়ে । ছটাকৈ মৌজাৰ ৰাইজৰ কায়িক আৰু আৰ্থিক সহযোগত দৰিকিয়াল গাঁও বৰনামঘৰ প্ৰাংগনত শংকৰদেৱ-মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰা ভাওনা মহোৎসৱত পুৱাৰে পৰা সহস্ৰাধিক ভকত বৈষ্ণৱে অংগ্ৰহণ কৰে৷অস্থায়ী নামঘৰ নিৰ্মাণ, ডেৰশতাধিক ভকত, যুৱক-যুৱতীৰ শ্ৰমদানত উদযাপন থলী আৰু কেউদিশৰ বাট-পথ সমূহ নিকাকৰণ, উদযাপন থলীত পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে…
নাজিৰাৰ লক্ষ্মীজান ৰজাভেটাত অবৈধ শিল খনন কাৰ্য্য শীঘ্ৰে বন্ধ কৰাৰ লগতে ভূমি পট্টনৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী
নিউজ ডেক্স, ১৮ জানুৱাৰী ২০২৩ : নাজিৰা লক্ষ্মীজানৰ ৰজাভেটাত সঘনে হৈ থকা অবৈধ শিল খনন কাৰ্য্যৰ তীব্ৰ বিৰুধিতা কৰি আজি আদিবাসী ছাত্ৰ-সন্ত্ৰা নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিহুবৰ বাহবাৰী ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাকাৰী সকলে লক্ষ্মীজান ৰজাভেটাৰ অবৈধ শিল খনন বন্ধ কৰাৰ লগতে দখলীকৃত ভূমিত পট্টা প্ৰদানৰ দাবীত প্লে কাৰ্ট হাতত লৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। অভিযোগ অনুসৰি জানুৱাৰি মাহৰ ৪ তাৰিখৰ পৰাই এই লক্ষ্মীজানৰ ৰজাভেটা স্থানত অবৈধ শিল খনন কাৰ্য্য চলি আহিছে, কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয় যে দিনে ৰাতিয়ে খনন কাৰ্য্য হৈ থকাৰ অভিযোগ পোৱাৰ পিছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় মহকমু তথা জিলা…
17जनवरी को रुपकोंवर ज्योति प्रसाद अग्रवाला की स्मृति में राज्य में मनाया गया शिल्पी दिवस
न्यूज़ डेस्क – 18 जनवरी: असम की कला-संस्कृति , साहित्य, संगीत, एवं कविता के पुजारी ज्योति प्रसाद अग्रवाला की 72वीं पुण्य तिथि के अवसर पर राज्य भर में उनकी पुण्य स्मृति में शिल्पी दिवस आयोजित किया गया। शिवसागर जिले के नाजिरा महकमे के अंतर्गत भी अनेक स्थानों पर इस से संबंधित कार्यक्रम आयोजित हुए जिसमें लोगों ने बढ़ चढ़कर अपनी भागीदारी निभाई। विभिन्न प्रतियोगिताएं भी आयोजित हुई। इस अवसर पर राज्य सरकार द्वारा विशिष्ट कलाकारों को सम्मानित किए जाने की घोषणा से लोगों में काफी उत्साह देखा जा रहा है। उल्लेखनीय है कि रुप कोंवर ज्योति प्रसाद अग्रवाला का महाप्रयाण…
নিউজ ডেক্স ,১৭ জানুৱাৰী,২০২৩ :আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে স্মৰণ কৰিছে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক ৷ অসমৰ সাংস্কৃতিক জগতৰ কাণ্ডাৰী স্বৰূপ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮
নিউজ ডেক্স, ১৬ জানুৱাৰী,২০২৩ :ৰাজ্য চৰকাৰে এইবাৰ শিল্পী দিৱসৰ দিনা ৰাজ্যখনৰ কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মুঠ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়াব ৷ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকলৰ নাম ঘোষণা কৰে। ১৭ জানুৱাৰীত শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে প্ৰদান কৰিব শিল্পী পেঞ্চন।শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল হ’ল ক্ৰমে- ১) ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী, ৬৫ বছৰ ) ২) প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ, বজালী, ৭৬ বছৰ ) ৩) মনোজ শৰ্মা ( ৩৩ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, বাক্সা, ৭৭ বছৰ ) ৪) নৰেন ৰাজবংশী (…
নিউজ ডেস্ক, ১৬ জানুৱাৰী,২০২৩: অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১৩ বছৰীয়া উত্তম তাঁতীক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।বিগত ২০১৯ চনত মাত্ৰ ১০ বছৰ বয়সতে এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক বানপানীত উটি যোৱাৰ সময়ত জীৱন ৰক্ষা কৰাৰ বাবে উত্তমক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়৷ অহা ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীত এই বঁটা প্ৰদান কৰা হ’ব ৷
নিউজ ডেক্স,১৫ জানুৱাৰী,২০২৩ : আজি বাংগালোৰস্থ গোবিন্দস্বামী পেৰেড গ্ৰাউণ্ডত সেনা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত আছিল। এইবাৰ সেনা দিৱসৰ বিষয়বস্তু হৈছে ‘ৰক্তদান কৰক – জীৱন ৰক্ষা কৰক’। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত সেনা দিৱস উদযাপন কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক সেনা দিৱস উপলক্ষে সেনা জোৱান, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন ভাৰতীয়ই সেনাবাহিনীক লৈ গৌৰৱান্বিত। আমি আমাৰ সৈনিকসকলৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। সৈন্যসকলে সদায় দেশখন সুৰক্ষিত ৰাখিছে।
নিউজ ডেক্স, ১৫ জানুৱাৰী,২০২৩ : তামিলনাডুৰ দেওবাৰে পোংগল উপলক্ষে জাল্লিকাট্টু অনুষ্ঠানৰ সময়ত কমেও ২৩ জন লোক আহত হয়।আহতসকলৰ ১৩ জনক মাদুৰাই ৰাজাজী চৰকাৰী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে৷জাল্লিকাট্টুৰ খেলত,খেলুৱৈসকলে মুকলিকৈ খুলি দিয়া এটা ষাঁড় গৰু নিয়ন্ত্ৰণ কৰিব লাগে। এই খেলটো পোংগল উপলক্ষে উদযাপন কৰা হয়।বিজয়ীসকলক দুচকীয়া বাহন, কাপোৰ, গহনা আৰু ধন প্ৰদান কৰা হয়।পোংগল হৈছে তামিলনাডুৰ আটাইতকৈ ডাঙৰ উত্সৱ, যাক ১৫ ৰ পৰা ১৮ জানুৱাৰীলৈ উদযাপন কৰা হয় আৰু জাল্লিকাট্টুৰ খেল পোংগলৰ এক অংশস্বৰূপ৷

